Public App Logo
Profile Picture

Newz Now

@newznow033
4252Followers
0Following
অখিল গগৈৰ প্ৰতিবাদী কাৰ্যসূচীৰ  সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে ?
‘নিৰ্বাচন কাষ চাপিলে কংগ্ৰেছ, কমিউনিষ্ট আৰু মুছলিম পাৰ্টিৰ এলায়েন্সৰ ষড়যন্ত্ৰ দেখিবলৈ পাম’
নিৰ্বাচনৰ পূৰ্বে ‘মিছা প্ৰপাগেণ্ডা’ চলোৱাৰ অভিযোগ বিধায়ক শিলাদিত্য দেৱৰ

‘এআই জেনেৰেটেড ফটোও ছ’চিয়েল মিডিয়াত চলাই ভোটাৰক বিভ্ৰান্ত কৰাৰ চেষ্টা’

সংবাদমেলত কংগ্ৰেছসহ বিৰোধী দলসমূহক লক্ষ্য কৰি মন্তব্য হোজাইৰ  — বিধায়ক শিলাদিত্য দেৱ
উজনিৰ প্ৰলয়পীড়িত ৰাইজৰ ক্ষতিপূৰণৰ বাবে মাত মাতিবলৈ যাওঁতে আটক কৰা প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিলে ভয়াৱহ হ'ব পৰিস্থিতি

প্ৰলয় পীড়িত ৰাইজক মৰিবলৈ এৰি দি উপ-নিৰ্বাচনত উন্মাদ হোৱা অসম চৰকাৰক কঠোৰ সকীয়নি কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ
নলবাৰীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জুবিন গাৰ্গ স্মৃতি সৌধৰ এবছৰ পূৰ্তিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

স্মৃতি সৌধত সেৱা জনালে গৰিমা শইকীয়া গাৰ্গে, উপস্থিত সহস্ৰাধিক অনুৰাগী
‘তেওঁ নাই বুলি মই ক’ব নোৱাৰো, ৰাইজৰ মাজত তেওঁ সদায় জীয়াই থাকিব’— গৰিমা গাৰ্গ
'সাহায্য বিচাৰি কৰা প্ৰতিবাদ বন্ধ কৰিবলৈ প্ৰদৰ্শন কৰা সক্ৰিয়তাৰ ১ লাখ ভাগৰ ১ ভাগ দেখুৱালেও ১০৯ জন মানুহ নমৰিলে হেঁতেন'

'অসমৰ মানুহে সহায় নকৰিলে ১.৯০ লাখ মানুহ মৰিলে হেঁতেন বানপানীত'

বান সহায্যৰ অনাদায়ৰ সম্পৰ্কত সৰৱ অখিল গগৈ
'মই আজমল চাহাবৰ বিৰোধী নহয়'!

: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
'অসমীয়া মানুহৰ বিপদত মাত এষাৰ নলগোৱা প্ৰধানমন্ত্ৰীৰ প্ৰতিমূৰ্তিৰ মূৰত কলহ এটাহ ভাঙিব লাগে'

'পৃথিৱীৰ আটাইতকৈ কম শিক্ষিত প্ৰধানমন্ত্ৰী মোদী, ইংৰাজীত কথা এষাৰ ক'ব নাজানে'

: অখিল গগৈ
'ৰাহুল গান্ধী পাগল মানুহ, কেনেকৈ প্ৰধানমন্ত্ৰী হ'ব'

: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
জামুগুৰিহাটৰ জীয়া ভৰলী চাপৰীত শোকাৱহ দুৰ্ঘটনা

 ট্ৰেক্টৰ বাগৰি পিতা-পুত্ৰৰ কৰুণ মৃত্যু

থিতাতে নিহত ধনঞ্জয় মিলি আৰু ১২ বছৰীয়া পুত্ৰ অনুৰাগৰ
নিশা এনেদৰে বিধানসভাৰ চৌহদতে কটালে অখিল গগৈয়ে
গুৱাহাটীৰ উজান বজাৰত ফুটিল পানীৰ পাইপ

ৰাজপথৰ মাজত পানীৰ পাইপ ফুটি হাহাকাৰ...
ভূতৰ সাজ পৰিধান কৰি ECI জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী প্ৰতিবাদকাৰীৰ। জীৱিত ভোটাৰক SIR-ত ‘মৃত’ দেখুওৱাৰ প্ৰতিবাদত অভিনৱ ৰূপ যুৱ কংগ্ৰেছৰ।
আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন উন্নীত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত পৌৰ নিগম নিৰ্বাচন উপস্থিত বিধায়ক আমিনুল হক লস্কৰ !

৪০টা ৱাৰ্ডত ১৩১গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা, ভোটদান কৰিব প্ৰায় ২.৭০ লাখ ভোটাৰে
CJPৰ প্ৰতিবাদত গায়ক বিশাল দাদলানিৰ মন্তব্য— “আপুনি যিকোনো ৰাজনৈতিক দলক সমৰ্থন কৰিব পাৰে। কিন্তু দেশৰ নিৰ্বাচনী ব্যৱস্থাই যদি আপোচ কৰে, তেন্তে গণতন্ত্ৰই টিকি নাথাকিব। জ্ঞানেশ কুমাৰক আঁতৰাই SIR বাতিল কৰক আৰু প্ৰতিজন নাগৰিকৰ ভোটাধিকাৰ সুৰক্ষিত কৰক।”
বজালীৰ খাৰাধৰা মিনি ষ্টেডিয়ামত আমন্ত্ৰিত ফুটবল প্ৰতিযোগিতা প্ৰয়াত কেশৱ লাহাৰী আৰু পোহৰী স্বৰ্গীয়াৰীৰ সোঁৱৰণত প্ৰতিযোগিতাৰ আয়োজন

খাৰাধৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰতিযোগিতাৰ শুভাৰম্ভ মুঠ ৮টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ ফাইনেল ১০ অক্টোবৰত
প্ৰতিবাদকাৰীক লৈ যোৱা আৰক্ষীৰ বাছৰ সন্মুখত থিয় হৈ বাছ ৰখালে তিনি যুৱতীয়ে।
টংলাত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ সমস্যা সমাধানৰ দাবী ব্যক্তিগত শিক্ষানুষ্ঠান সন্থাৰ নতুন সমিতি গঠন
মনোজ মিশ্ৰ সভাপতি, বাবন বসুমতাৰী সাধাৰণ সম্পাদক হিচাপে ১৩ জনীয়া সমিতি
এফআৰচি মাচুল, ডাইচ কোড, পঞ্জীয়ন আৰু মাটি নামজাৰিক লৈ সমস্যাৰ অভিযোগ
মৰিয়নীত অব্যাহত বন্যহস্তীৰ তাণ্ডৱ, জনাঞ্চলত আতংকময় পৰিস্থিতি নিশা হ’লেই হাতীৰ আতংকত বিনিদ্ৰ ৰজনী কটাবলগীয়া স্থানীয় ৰাইজে

নাগাধূলি, খাৰিকটীয়া, পুঙাবাৰী, চৈকটা, ডুকলুঙীয়াত হাতীৰ উপদ্ৰৱ বন বিভাগৰ গাফিলতিৰ অভিযোগ, ৫ অক্টোবৰত কাৰ্যালয় বন্ধৰ সিদ্ধান্ত আদিবাসী ছাত্ৰ সন্থাৰ
গৰুৱাঝাৰত জুবিন গাৰ্গৰ জন্মদিন উদযাপনৰ ব্যাপক প্ৰস্তুতি

১৮ নৱেম্বৰত জন্মদিন উপলক্ষে ZG গৰুৱাঝাৰ আঞ্চলিক সাংস্কৃতিক মঞ্চৰ আয়োজন

জুবিন গাৰ্গৰ জন্মদিন উদযাপনক লৈ তুংগত প্ৰস্তুতি
আছুৰ দখলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন...
বিহাৰত দুৰ্ঘটনাগ্ৰস্ত সুৰা ট্ৰাকৰ পৰা সুৰাৰ বটল লুটিবলৈ হেতা-ওপৰা ৰাইজৰ !
শিল্পী জুবিন গাৰ্গৰ হ*ত্যা বিচাৰ !

ফাষ্টট্ৰেক কৰ্টত আজি সাক্ষ্য দিবলৈ আহিব চিংগাপুৰৰ প্ৰৱাসী অসমীয়া ৰূপকমল কলিতা
'দিল্লী পুলিচ দিল্লীবাসীৰ বাবে, বিজেপিৰ বাবে নহয়...'

- আশুতোষ ৰাংকা
বিহাৰৰ আৰাৰিয়াত সুৰাভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত
দুৰ্ঘটনাৰ পিছতে সুৰাৰ বটল লুটিলে একাংশ লোকে, আৰক্ষীৰ তদন্ত আৰম্ভ
লাভলীনাৰ স্বৰ্ণ জয়ত উৎফুল্লিত ভোগেশ্বৰ বৰুৱা

‘মই জানো তাই পাৰিব’—লাভলীনাৰ বিজয়ত আৱেগিক ভোগেশ্বৰ বৰুৱা

৬০ বছৰৰ পাছত এছিয়ান গেমছত অসমৰ জীয়াৰীৰ স্বৰ্ণ জয়