Public App Logo
“ড্ৰাগছ মাফিয়া চেলিমুদ্দিনৰ নেতৃত্বত SI নৱজিৎ দাসক গাড়ীৰে খুন্দিয়াই হত্যা কৰাৰ অভিযোগ!” আমগুৰিত অসমীয়া যুৱ মঞ্চৰ সংবাদমেল। ডিমা হাচাওৰ লাইচেং থানাৰ SI নৱজিৎ দাসৰ মৃত্যুক লৈ গুৰুতৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে। সংবাদমেলত চেলিমুদ্দিন, মইদুল ইছলাম, আব্দুল কুদ্দুছসহ অভিযুক্ত মাফিয়া চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে তেওঁলোকক শীঘ্ৰে এনকাউণ্টাৰ কৰাৰ দাবীও উত্থাপন কৰে অসমীয়া যুৱ মঞ্চই। #NewzNow #AssameseYuvaManch #NavjitDas #DimaHasao #DrugsMafia #AssamNews #Amguri #CrimeNews #AssamPolice #BreakingNews - Assam News