Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

বৰক্ষেত্ৰী: নলবাৰীৰ মুকালমুৱাত চক্ৰধৰ ডেকা সোঁৱৰনী ফুটবল খেলৰ লগতে,জুবিন গাৰ্গ ফুটবল একাডেমীৰ শুভ উদ্ধোধন

Barkhetri, Nalbari | Sep 27, 2025
নলবাৰীৰ মুকালমুৱাত চক্ৰধৰ ডেকা সোঁৱৰনী ফুটবল খেলৰ লগতে,জুবিন গাৰ্গ ফুটবল একাডেমীৰ শুভ উদ্ধোধন । মুকালমুৱাস্থিত , দেশভক্ত ময়দানত 'মুকালমুৱা আঞ্চলিক ক্ৰীয়া সন্থা 'ৰ উদ্যোগত সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ দ্ধাৰা স্বীকৃতিপ্ৰাপ্ত ১৩ সংখ্যক চক্ৰধৰ ডেকা সোঁৱৰনী আমন্ত্ৰনমূলক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখনৰ ফাইনেল খেলখন অনুষ্ঠিত হয় ।আজিৰ ফাইনেল খেলখন শুভ উদ্ধোধন কৰে 'জি.এম.ডি' ৰ অধ্যক্ষ 'নাৰায়ন ডেকাই। লগতে জুৱিন গাৰ্গ ফুটবল একাডেমীৰ‌ শুভ উদ্ধোধন কৰা হয়

MORE NEWS