Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर

বৰক্ষেত্ৰী: নলবাৰী মুকালমুৱাত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ, উপস্থিত বিধায়ক দিগন্ত বৰ্মন

Barkhetri, Nalbari | Oct 21, 2025
নলবাৰীত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ, উপস্থিত থাকে বিধায়ক দিগন্ত বৰ্মন। অৰুণোদয়,ৰেচন কাৰ্ড, প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ পৰা বঞ্চিত হোৱা প্ৰকৃত হিতাধিকাৰীসকল এই দৰে ওলাই আহে ৰাজপথলৈ।বৰক্ষেত্ৰী ৰাজীৱ ভৱনৰ পৰা কংগ্ৰেছৰ হাজাৰ হাজাৰ পুৰুষ - মহিলা কৰ্মী ৰাজপথলৈ ওলাই আহি এক প্ৰতিবাদী সমদল উলিয়ায় ।