Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
image
image
image

বিশ্বনাথত ২৩টা গৰুসহ বাহন জব্দ বিশ্বনাথত নিষ্ঠুৰ আৰু অমানৱীয়ভাৱে গৰু পৰিবহণৰ অভিযোগত আৰক্ষীয়ে ২৩টা গৰুসহ এখন বাহন জব্দ কৰে। বিশেষ সূত্ৰৰ পমখেদি ASI জানমণি দাসৰ নেতৃত্বত আৰক্ষীৰ দলে ৰতোৱা টোল প্লাজাত নাকা তালাচী চলাই AS12CC6155 নম্বৰৰ বাহনখন আটক কৰাৰ লগতে আব্দুল চাতাৰ , চাইফুল ইছলাম ছয়দুল ৰহমান,আৰু আমিৰ আলী নামৰ চাৰিজন ব্যক্তিক আটক কৰিছে। #public #friends #highlights #news #viral #reels #everyone #facebook #police #biswnath #crime #Gohpur #barta24x7

Helem, Biswanath | Aug 17, 2026

MORE NEWS