Public App Logo
📌 চৰকাৰে ১৫ বা ২৫ হাজাৰ টকা নহয় প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক ১০ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ দাবী অখিল গগৈৰ। 📌 ডিচি বা বিমল বৰাৰ মতে নহয় অখিল গগৈৰ সৈতে এটা বান ক্ষতিগ্ৰস্ত পৰিয়ালক সাক্ষাৎ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান। #NewsUpdate #AssamFlood #AkhilGogoi #HimantaBiswaSarma #floodrelief #ABCNewsAssam - Barpeta News