Public App Logo
Profile Picture

ABC News Digital

@abcnewsdigital
208Followers
0Following
Video 0
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বাক্সাৰ জাখলিবিলত আমছুৰ উত্তাল প্ৰতিবাদ।

<nis:link nis:type=tag nis:id=newsupdate nis:value=NewsUpdate nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=aamsu nis:value=AAMSU nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=protest nis:value=Protest nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=gyaneshkumar nis:value=GyaneshKumar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=abcnewsassam nis:value=ABCNewsAssam nis:enabled=true nis:link/>
বৰপেটাৰোডৰ সমীপৱৰ্তী মৈৰাঝাৰত ৬ বছৰ পূৰ্বে বিক্ৰী কৰা মাটিক লৈ বিতর্ক সামাজিক মাধ্যমৰ বাতৰিৰ পাছতেই স্পষ্টীকৰণ।
🚨 বাক্সাৰ মৈৰাঝাৰত ভূ-মাফিয়াৰ গুণ্ডাগিৰি! 
🚨 ৬ বছৰ পূৰ্বে বিক্ৰী কৰা মাটি বলপূৰ্বক দখলৰ চেষ্টা
🚨 বাধা দিয়াত মহিলাৰ ওপৰত আক্ৰমণ
📌 শিমলাগুৰী–মানাহ সংযোগী পথৰ নিৰ্মাণকাৰ্যত দূৰ্নীতিৰ অভিযোগত প্ৰতিবাদ।
📌 মানাহ সংযোগী পথ অবৰোধ কৰি তীব্ৰ প্ৰতিবাত। 
📌 মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মা, বৰপেটা জিলা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ।
বৰপেটাৰোডৰ ধূপগুৰি (কলবাৰী)গাওঁত জুবিন দিৱস উদযাপন। 

প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনাই ভাগৱত পাঠ নাম প্ৰসংগ। 

ধূপগুৰি (কলবাৰী) যুৱ সমাজৰ উদ্যোগত আৰু জুবিন অনুৰাগীৰ সহযোগত পালন কৰা হয় প্ৰথমবাৰ্ষিক জুবিন দিৱস।

জুবিন দিৱস উপলক্ষে ধূপগুৰি কলবাৰী গাঁওবাসীয়ে ঘৰৰ পদূলিত এগছি বন্তি প্ৰজ্বলন কৰা লগতে গোপাল গোঁসাই থান প্ৰাংগণত ধূপগুৰি (কলবাৰী) যুৱ সমাজৰ উদ্যোগত আৰু জুবিন অনুৰাগীৰ সহযোগত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ভাগৱত পাঠ আৰু আয়তীসকলৰ নাম প্ৰসংগ অনুষ্ঠিত কৰে।
১৯ ছেপ্টেম্বৰ কেতিয়াও নুশুকোৱা দুখৰ দিন

<nis:link nis:type=tag nis:id=justiceforzubeengarg nis:value=JusticeForZubeenGarg nis:enabled=true nis:link/>
বৰপেটাৰোডৰ দহমাইলত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত ২, গুৰুতৰভাৱে আহত ১
📌 বসতি ঘৰৰ মাত্ৰ ৫ মিটাৰ দূৰত মোবাইল টাৱাৰ!
📌 টাৱাৰ নিৰ্মাণ বন্ধ কৰাৰ দাবীত জিলা আয়ুক্তলৈ আবেদন!
📌 জিলা আয়ুক্ত, ৰাজহ চক্ৰ বিষয়া আৰু আৰক্ষী থানাত আবেদন কৰিও পোৱা নাই বিশেষ সঁহাৰি!
শিক্ষাৰ সমস্যাৰ সমাধান আৰু নিবনুৱাৰ সংস্থাপনৰ দাবীত বাক্সাৰ শালবাৰীত SFI-DYFIৰ প্ৰতিবাদী কাৰ্যসূচী।
বাক্সাৰ শালবাৰীত সদৌ অসম ছাত্ৰ সন্থাৰ ড্ৰাগছ বিৰোধী সমদল

<nis:link nis:type=tag nis:id=newsupdate nis:value=NewsUpdate nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=aasu nis:value=AASU nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=abcnewsassam nis:value=ABCNewsAssam nis:enabled=true nis:link/>
'মোৰ ইচ্ছা নাছিল যদিও মই দলৰ স্বাৰ্থত নগাঁৱৰ প্ৰাৰ্থী হৈছো। বিজেপি, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নগাঁৱত আমি যুঁজিম।' নগাঁৱত AIUDFৰ প্ৰাৰ্থীত্ব লাভৰ পিছতে প্ৰথম প্ৰতিক্ৰিয়া বদৰুদ্দিন আজমলৰ। 
<nis:link nis:type=tag nis:id=breakingnews nis:value=BreakingNews nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=nagaonbyelection nis:value=NagaonByElection nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=badaruddinajmal nis:value=badaruddinajmal nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=aiudf nis:value=AIUDF nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=abcnewsassam nis:value=ABCNewsAssam nis:enabled=true nis:link/>
নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনত এআইইউডিএফৰ প্ৰাৰ্থী মৌলানা বদৰুদ্দিন আজমল।
সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত বৰপেটাৰোড জিএলচি মহাবিদ্যালয়ৰ অধ্যাপক ছেলিম উদ্দিনৰ জানাজা সম্পন্ন।
🚨 বৃদ্ধি পাইছে বেকী নৈৰ জলস্তৰ। 
🚨 ভূটানে কুৰিশ্বু বান্ধৰ পানী এৰাৰ পাছতেই হাহাকাৰ। 
🚨 মানাহৰ নাৰায়ণগুৰীত মাইক যোগে সতৰ্কবাণী বাক্সা জিলা প্ৰশাসনৰ।

<nis:link nis:type=tag nis:id=allert nis:value=Allert nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=flood nis:value=flood nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=baksa nis:value=Baksa nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=abcnewsassam nis:value=ABCNewsAssam nis:enabled=true nis:link/>
বৰপেটাৰোডত SCKSSL ইউনিফৰ্ম চাপ্লাইয়াৰ ভেন্ডৰৰ জিলা সমিতি গঠন: ৰবিউল ইছলামক সভাপতিৰ দায়িত্ব
APLৰ চেম্পিয়ন বৰপেটা ব্ৰেভছ। 
ফাইনেলত বৰপেটাৰ হাতত পৰাস্ত গুৱাহাটী ৰয়েলছ।
৫ উইকেটত জয়ী বৰপেটা ব্ৰেভছ।

<nis:link nis:type=tag nis:id=grandfinale nis:value=GrandFinale nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=apl nis:value=APL nis:enabled=true nis:link/>
📌 'মন্ত্ৰী বিমল বৰা সৰু সৰু মানুহ, মই মুখ্যমন্ত্ৰীৰ লগতহে কথা পাতিম।
📌 মই বাঘ, মেকুৰীৰ ওচৰলৈ নাযাও। মই নাম ল'লেই HERO হৈ যাব বিমল বৰা'।
স্বাধীনতা দিৱসত মন্ত্ৰী বিমল বৰাই আজমলক কৰা সমালোচনাক লৈ প্ৰতিক্ৰিয়া বদৰুদ্দিন আজমলৰ। 

<nis:link nis:type=tag nis:id=newsupdate nis:value=NewsUpdate nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=badaruddinajmal nis:value=badaruddinajmal nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=bimalbora nis:value=BimalBora nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=abcnewsassam nis:value=ABCNewsAssam nis:enabled=true nis:link/>
📌 অতিমাত্ৰা গৰমৰ বাবে বিটিচিৰ বিদ্যালয়ৰ পাঠদানৰ সময় সলনি
📌 অতিমাত্ৰা গৰমৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিটিচি শিক্ষা বিভাগে বিদ্যালয়সমূহৰ পাঠদানৰ সময় সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
📌 আজিৰ পৰা নতুন নিৰ্দেশনা অনুসৰি-

➡️ প্ৰাথমিক বিদ্যালয়: পুৱা ৭:৩০ বজাৰ পৰা ১১:৩০ বজালৈ
➡️ মধ্যমিক বিদ্যালয়: পুৱা ৭:৩০ বজাৰ পৰা দুপৰীয়া ১২:০০ বজালৈ
➡️ উচ্চ মাধ্যমিক বিদ্যালয়: পুৱা ৭:৩০ বজাৰ পৰা দুপৰীয়া ১২:৩০ বজালৈ
📌 অতিমাত্ৰা গৰমৰ পৰিপ্ৰেক্ষিতত বিটিচি শিক্ষা সঞ্চালকৰ কাৰ্যালয়ৰ পৰা এই নিৰ্দেশ জাৰি কৰা হৈছে।
৮০ তম স্বাধীনতা দিৱস উপলক্ষে পতাকা উত্তোলনৰ পাছত EM বেগম আখতাৰা আহমেদৰ গুৰুত্বপূৰ্ণ ভাষণ | BTC চৰকাৰৰ উন্নয়নমূলক কামৰ খতিয়ান।
📌 শালবাৰী মহকুমা প্ৰশাসনৰ উদ্যোগত উলহ-মালহেৰে ৮০ সংখ্যাক স্বাধীনতা দিৱস উদযাপন।
📌 মুখ্য অতিথি হিচাপে বিটিচি চৰকাৰৰ ইএম বেগম আখতাৰা আহমেদ উপস্থিত থাকি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।

<nis:link nis:type=tag nis:id=newsupdate nis:value=NewsUpdate nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=independenceday nis:value=IndependenceDay nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=celebration nis:value=celebration nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=salbari nis:value=Salbari nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=baksa nis:value=Baksa nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=abcnewsassam nis:value=ABCNewsAssam nis:enabled=true nis:link/>
৮০ তম স্বাধীনতা দিৱস উপলক্ষে শালবাৰী মহকুমা প্ৰশাসনৰ উদ্যোগত আয়োজিত অনুষ্ঠানত বিশেষ পেৰেড।
Video 22
📌নগাঁৱৰ প্ৰাৰ্থী ঘোষণা কৰাক লৈ আজমলক ধন্যবাদ ৰেজাউল কৰিম সৰকাৰৰ 
📌কংগ্ৰেছে কেৱল নিয়াৰ বিপৰীতে এইবাৰ দিয়াৰ ক্ষেত্ৰত আগভাগ লওঁক
📌কংগ্ৰেছে এইবাৰ AIUDF ক সমৰ্থন কৰি বিজেপিৰ টেগ আঁতৰাওক
<nis:link nis:type=tag nis:id=newsupdate nis:value=NewsUpdate nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=rejaulkarimsarkar nis:value=RejaulKarimSarkar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=aiudf nis:value=AIUDF nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=badaruddinajmal nis:value=badaruddinajmal nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=abcnewsassam nis:value=ABCNewsAssam nis:enabled=true nis:link/>
বৰপেটাৰোডত ‘মনে প্ৰাণে ত্ৰিৰংগা, ঘৰে ঘৰে ত্ৰিৰংগা’ শীৰ্ষক ত্ৰিৰংগা যাত্ৰা।