⭕পথৰ দাঁতিত বহি কথা পাতি থকা অৱস্থাতেই দুই মহিলাক মহতিয়াই নি বিলৰ মাজত বাগৰি পৰিল ইন'ভা বাহন
⭕সুৰাসক্ত চালকৰ বাবেই জীৱন শেষ হ'ল এগৰাকী মহিলাৰ
⭕চিকিৎসালয়ৰ বিছনাত মৃত্যুৰে যুঁজিছে আন এগৰাকী
⭕ভয়ংকৰ দূৰ্ঘটনাৰ পূৰ্বে আন কেইবাটাও প্ৰান্তত কথমপি প্ৰাণৰক্ষা পথচাৰীৰ
#nalbari
#roadaccidentnews
#death
#axombroadcast24
Nalbari, Nalbari | Aug 15, 2026