Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

⭕আজি নলবাৰী জিলাৰ জিলা দিৱস ⭕জিলা দিৱস উপলক্ষে জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা হ'ল ৰক্তদান শিবিৰ ⭕ৰক্তদান শিবিৰ পৰিদৰ্শন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ ⭕নলবাৰী জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত এই ৰক্তদান শিবিৰত শতাধিক লোকৰ ৰক্তদান

Nalbari, Nalbari | Aug 14, 2026

MORE NEWS

⭕পথৰ দাঁ‌তিত বহি কথা পাতি থকা অৱস্থাতেই দুই মহিলাক মহতিয়াই নি বিলৰ মাজত বাগৰি পৰিল ইন'ভা বাহন
⭕সুৰাসক্ত চালকৰ বাবেই জীৱন শেষ হ'ল এগৰাকী মহিলাৰ 
⭕চিকিৎসালয়ৰ বিছনাত মৃত্যুৰে যুঁ‌জিছে আন এগৰাকী
⭕ভয়ংকৰ দূৰ্ঘটনাৰ পূৰ্বে আন কেইবাটাও প্ৰান্তত কথমপি প্ৰাণৰক্ষা পথচাৰীৰ 
#nalbari 
#roadaccidentnews 
#death 
#axombroadcast24

⭕পথৰ দাঁ‌তিত বহি কথা পাতি থকা অৱস্থাতেই দুই মহিলাক মহতিয়াই নি বিলৰ মাজত বাগৰি পৰিল ইন'ভা বাহন ⭕সুৰাসক্ত চালকৰ বাবেই জীৱন শেষ হ'ল এগৰাকী মহিলাৰ ⭕চিকিৎসালয়ৰ বিছনাত মৃত্যুৰে যুঁ‌জিছে আন এগৰাকী ⭕ভয়ংকৰ দূৰ্ঘটনাৰ পূৰ্বে আন কেইবাটাও প্ৰান্তত কথমপি প্ৰাণৰক্ষা পথচাৰীৰ #nalbari #roadaccidentnews #death #axombroadcast24

Nalbari, Nalbari | Aug 15, 2026

⭕বৰভাগৰ কদমতলত ভয়ংকৰ পথ দূৰ্ঘটনা
⭕তীব্ৰবেগী ইন'ভা বাহনে মহতিয়াই নিলে দুই মহিলাক
⭕থিতাতে নিহত এগৰাকী মহিলা
⭕গুৰুতৰভাৱে আহত আন এগৰাকী 
⭕সুৰাসক্ত চালকৰ  বাবেই দূৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ
#nalbari 
#RoadAccident 
#barbhag 
#axombroadcast24

⭕বৰভাগৰ কদমতলত ভয়ংকৰ পথ দূৰ্ঘটনা ⭕তীব্ৰবেগী ইন'ভা বাহনে মহতিয়াই নিলে দুই মহিলাক ⭕থিতাতে নিহত এগৰাকী মহিলা ⭕গুৰুতৰভাৱে আহত আন এগৰাকী ⭕সুৰাসক্ত চালকৰ বাবেই দূৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ #nalbari #RoadAccident #barbhag #axombroadcast24

Nalbari, Nalbari | Aug 15, 2026

⭕নলবাৰীত ৮০ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ 
#IndependenceDay 
#celebration 
#flaghoisting 
#nalbari 
#axombroadcast24

⭕নলবাৰীত ৮০ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ #IndependenceDay #celebration #flaghoisting #nalbari #axombroadcast24

Nalbari, Nalbari | Aug 15, 2026

⭕নলবাৰী ৰত্ন সাহিত্যাচাৰ্য ড° বসন্ত কুমাৰ ভট্টাচাৰ্যৰ আবক্ষ মূৰ্তি স্থাপন আৰু সোঁ‌ৱৰণী গ্ৰন্থ উন্মোচন 
⭕আবক্ষ মূৰ্তি উন্মোচন কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই 
⭕"সংস্মাৰিকা" শীৰ্ষক সোঁ‌ৱৰণী গ্ৰন্থ উন্মোচন কৰে নলবাৰী সংস্কৃত আৰু পূৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য ড° দীপক শৰ্মাই 
⭕বিদ্যাপুৰস্থিত বাসভৱনত প্ৰয়াত সাহিত্যিকগৰাকীৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাস আৰু অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিত বৰা
⭕প্ৰথিতযশা সাহিত্যিক গৰাকীৰ নামত জীৱনযোৰা সাধনা বঁ‌টা প্ৰদানৰ ঘোষণা পৰিয়ালৰ 
⭕সাহিত্য কলা সাংস্কৃতিক ৰাজনৈতিক ক্ষেত্ৰত অনবদ্য বৰঙণি যোগোৱা ব্যক্তিলৈ আগবঢ়োৱা হ'ব এই বঁ‌টা
#nalbari 
#statue 
#innauguration 
#basantakumarbhattacharya 
#axombroadcast24

⭕নলবাৰী ৰত্ন সাহিত্যাচাৰ্য ড° বসন্ত কুমাৰ ভট্টাচাৰ্যৰ আবক্ষ মূৰ্তি স্থাপন আৰু সোঁ‌ৱৰণী গ্ৰন্থ উন্মোচন ⭕আবক্ষ মূৰ্তি উন্মোচন কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ⭕"সংস্মাৰিকা" শীৰ্ষক সোঁ‌ৱৰণী গ্ৰন্থ উন্মোচন কৰে নলবাৰী সংস্কৃত আৰু পূৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য ড° দীপক শৰ্মাই ⭕বিদ্যাপুৰস্থিত বাসভৱনত প্ৰয়াত সাহিত্যিকগৰাকীৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাস আৰু অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিত বৰা ⭕প্ৰথিতযশা সাহিত্যিক গৰাকীৰ নামত জীৱনযোৰা সাধনা বঁ‌টা প্ৰদানৰ ঘোষণা পৰিয়ালৰ ⭕সাহিত্য কলা সাংস্কৃতিক ৰাজনৈতিক ক্ষেত্ৰত অনবদ্য বৰঙণি যোগোৱা ব্যক্তিলৈ আগবঢ়োৱা হ'ব এই বঁ‌টা #nalbari #statue #innauguration #basantakumarbhattacharya #axombroadcast24

Nalbari, Nalbari | Aug 14, 2026