Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर

ওদালগুৰি: মাজবাটৰ দুদেমপুৰী গাওঁত ১১০ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা জব্দ।এজনক গাঞ্জা গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰন

Udalguri, Udalguri | Nov 22, 2025
ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী আৰু এছ এছ বিৰ জুটিয়া অভিযানত পুনৰ গাঞ্জা জব্দ | অভিযানত ১১০ কেজি নিষিদ্ধ গাঞ্জা জব্দ কৰে ।| মাজবাট আৰক্ষী আৰু লালপুলস্থ ২৩ নম্বৰ এছ এছ বিৰ গোপন অভিযানত মাজবাট থানা এলেকাৰ নিজৰাৰ চুদেমপুৰী গাওঁৰ পৰা জব্দ হয় গাঞ্জাখিনি।‌ গাঞ্জা ব্যৱসায়িৰ লগত জড়িত এজনক আটক কৰিছে আৰক্ষীয়ে। আটকধীন লোক জনে অৰুণাচল প্ৰদেশৰ পৰা গাঞ্জা আনি থকা অৱস্থাত গাঞ্জা সহ আটক কৰে আৰক্ষী আৰু এছ এছ বিৰ জোৱান সকলে।

MORE NEWS

ক্ষুদ্ৰ মুখাৰে বিশ্ব অভিলেখ গঢ়িলে ওদালগুৰিৰ কণজিৎ মেধিয়ে। Book of World Records-ত কণজিৎ মেধিৰ নাম। মাত্ৰ ১.৪ চেণ্টিমিটাৰৰ পৰম্পৰাগত মুখাৰে গেলাবিলৰ পৰা বিশ্বলৈ গৌৰৱ কঢ়িয়ালে ১৭ বছৰীয়া কণজিৎ মেধিয়ে।

Udalguri, Udalguri | Aug 16, 2026

ওদালগুৰিৰ যুৱক-আৰক্ষী বিষয়া নৱজিৎ দাসৰ মৃত্যুৰ তদন্তৰ দাবী ওদালগুৰিৰ ৰাইজৰ। সমগ্ৰ ঘটনাটোকলৈ সন্দেহৰ সৃষ্টি। ঘটনাত ড্ৰাগছ ব্যৱসায়ী জড়িত থকাৰ সন্দেহ।

ওদালগুৰিৰ যুৱক-আৰক্ষী বিষয়া নৱজিৎ দাসৰ মৃত্যুৰ তদন্তৰ দাবী ওদালগুৰিৰ ৰাইজৰ। সমগ্ৰ ঘটনাটোকলৈ সন্দেহৰ সৃষ্টি। ঘটনাত ড্ৰাগছ ব্যৱসায়ী জড়িত থকাৰ সন্দেহ।

Udalguri, Udalguri | Aug 16, 2026

উজনি অসমৰ বানবিধ্বস্ত গাঁৱত ২০০ জনীয়া এবছুৰ দল। ঘৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি বানত বিধ্বস্ত ঘৰসমূহ পুনৰ বাসোপযোগী হোৱাকৈ চাফ-চিকুণ কৰাৰ কামত ব্যস্ত এবছুৰ কৰ্মীসকল। ওদালগুৰিৰ লগতে সমগ্ৰ অসমৰ পৰা শিৱসাগৰলৈ গৈ বানপীড়িতৰ কাষত ঠিয় দিছে এবছুৰ কৰ্মী সকল।

All Bodo Students Union - ABSU
#ABSU

উজনি অসমৰ বানবিধ্বস্ত গাঁৱত ২০০ জনীয়া এবছুৰ দল। ঘৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি বানত বিধ্বস্ত ঘৰসমূহ পুনৰ বাসোপযোগী হোৱাকৈ চাফ-চিকুণ কৰাৰ কামত ব্যস্ত এবছুৰ কৰ্মীসকল। ওদালগুৰিৰ লগতে সমগ্ৰ অসমৰ পৰা শিৱসাগৰলৈ গৈ বানপীড়িতৰ কাষত ঠিয় দিছে এবছুৰ কৰ্মী সকল। All Bodo Students Union - ABSU #ABSU

Udalguri, Udalguri | Aug 16, 2026

আৰক্ষী বিষয়া নৱজিৎ দাসৰ মৃ*ত্যুৰ ঘটনাৰ প্ৰকৃত সত্য উদঘাটনৰ বাবে ন্যায়িক তদন্তৰ দাবী  পৰিয়াল আৰু ৰাইজৰ। কৰ্তব্যৰত অৱস্থাত বাহনৰ খুন্দাত মৃ*ত্যু হোৱা আৰক্ষী বিষয়া নৱজিৎ দাসৰ নশ্বৰ*দেহ আজি ওদালগুৰিৰ বাসগৃহত আহি পোৱাৰ পিছতে শোকত ভাগি পৰে সকলো। ঘটনাৰ ন্যায়িক তদন্তৰ জৰিয়তে প্ৰকৃত সত্য পোহৰলৈ অনাৰ দাবী পৰিয়াল আৰু ৰাইজৰ ।

Udalguri, Udalguri | Aug 15, 2026

বাবু ইমান সোনকালে মোক এৰি কিয় গলা? মই কি ভুল কৰিলোঁ। কৰ্তব্যত গৈ  ঘৰলৈ নশ্বৰ*দেহ হৈ উভতি অহা আৰক্ষী বিষয়া নৱজিৎ দাসক সাৱতি আত্মীয়ৰ হিয়া ভঙা কান্দোন। ওদালগুৰিৰ যুৱক - আৰক্ষী বিষয়া নৱজিৎ দাসৰ নশ্বৰ*দেহ আজি বাসগৃহত উপস্থিত হোৱাৰ পিছতে কান্দো*নত ভাগি পৰিল মাতৃ, পত্নী, আত্মীয়-স্বজন। পিতৃহাৰা হ’ল তিনি বছৰীয়া কণমানিটি। কৰ্তব্যৰত অৱস্থাত বাহনৰ খুন্দাত কৰু*ণ মৃ*ত্যু হৈছিল আৰক্ষী বিষয়াজনৰ।