Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर

ওদালগুৰি: ডিমাকুছিৰ চেখৰ শংকৰদেৱ উচ্চতৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বৃহৎ স্বাস্থ্য শিবিৰৰ

Udalguri, Udalguri | Nov 19, 2025
ৰাজ্য চৰকাৰৰ সেৱাই সমৰ্পন কাৰ্যসূচীৰ অংশস্বৰূপে আজি ওদালগুৰি জিলাৰ ভেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত চেখৰ শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত "শুশ্ৰুষা সেতু" শীৰ্ষক এখনি বৃহৎ স্বাস্থ্য শিবিৰ অনুস্থিত কৰা হয়। ওঠৰ (১৮)বছৰৰ তলৰ শিশু আৰু কিশোৰ কিশোৰী সকলক চিকিৎসা প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে প্ৰতিটো বিধান সভা সমষ্টিতে এই বিশেষ স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে।

MORE NEWS

ক্ষুদ্ৰ মুখাৰে বিশ্ব অভিলেখ গঢ়িলে ওদালগুৰিৰ কণজিৎ মেধিয়ে। Book of World Records-ত কণজিৎ মেধিৰ নাম। মাত্ৰ ১.৪ চেণ্টিমিটাৰৰ পৰম্পৰাগত মুখাৰে গেলাবিলৰ পৰা বিশ্বলৈ গৌৰৱ কঢ়িয়ালে ১৭ বছৰীয়া কণজিৎ মেধিয়ে।

Udalguri, Udalguri | Aug 16, 2026

ওদালগুৰিৰ যুৱক-আৰক্ষী বিষয়া নৱজিৎ দাসৰ মৃত্যুৰ তদন্তৰ দাবী ওদালগুৰিৰ ৰাইজৰ। সমগ্ৰ ঘটনাটোকলৈ সন্দেহৰ সৃষ্টি। ঘটনাত ড্ৰাগছ ব্যৱসায়ী জড়িত থকাৰ সন্দেহ।

ওদালগুৰিৰ যুৱক-আৰক্ষী বিষয়া নৱজিৎ দাসৰ মৃত্যুৰ তদন্তৰ দাবী ওদালগুৰিৰ ৰাইজৰ। সমগ্ৰ ঘটনাটোকলৈ সন্দেহৰ সৃষ্টি। ঘটনাত ড্ৰাগছ ব্যৱসায়ী জড়িত থকাৰ সন্দেহ।

Udalguri, Udalguri | Aug 16, 2026

উজনি অসমৰ বানবিধ্বস্ত গাঁৱত ২০০ জনীয়া এবছুৰ দল। ঘৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি বানত বিধ্বস্ত ঘৰসমূহ পুনৰ বাসোপযোগী হোৱাকৈ চাফ-চিকুণ কৰাৰ কামত ব্যস্ত এবছুৰ কৰ্মীসকল। ওদালগুৰিৰ লগতে সমগ্ৰ অসমৰ পৰা শিৱসাগৰলৈ গৈ বানপীড়িতৰ কাষত ঠিয় দিছে এবছুৰ কৰ্মী সকল।

All Bodo Students Union - ABSU
#ABSU

উজনি অসমৰ বানবিধ্বস্ত গাঁৱত ২০০ জনীয়া এবছুৰ দল। ঘৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি বানত বিধ্বস্ত ঘৰসমূহ পুনৰ বাসোপযোগী হোৱাকৈ চাফ-চিকুণ কৰাৰ কামত ব্যস্ত এবছুৰ কৰ্মীসকল। ওদালগুৰিৰ লগতে সমগ্ৰ অসমৰ পৰা শিৱসাগৰলৈ গৈ বানপীড়িতৰ কাষত ঠিয় দিছে এবছুৰ কৰ্মী সকল। All Bodo Students Union - ABSU #ABSU

Udalguri, Udalguri | Aug 16, 2026

আৰক্ষী বিষয়া নৱজিৎ দাসৰ মৃ*ত্যুৰ ঘটনাৰ প্ৰকৃত সত্য উদঘাটনৰ বাবে ন্যায়িক তদন্তৰ দাবী  পৰিয়াল আৰু ৰাইজৰ। কৰ্তব্যৰত অৱস্থাত বাহনৰ খুন্দাত মৃ*ত্যু হোৱা আৰক্ষী বিষয়া নৱজিৎ দাসৰ নশ্বৰ*দেহ আজি ওদালগুৰিৰ বাসগৃহত আহি পোৱাৰ পিছতে শোকত ভাগি পৰে সকলো। ঘটনাৰ ন্যায়িক তদন্তৰ জৰিয়তে প্ৰকৃত সত্য পোহৰলৈ অনাৰ দাবী পৰিয়াল আৰু ৰাইজৰ ।

Udalguri, Udalguri | Aug 15, 2026

বাবু ইমান সোনকালে মোক এৰি কিয় গলা? মই কি ভুল কৰিলোঁ। কৰ্তব্যত গৈ  ঘৰলৈ নশ্বৰ*দেহ হৈ উভতি অহা আৰক্ষী বিষয়া নৱজিৎ দাসক সাৱতি আত্মীয়ৰ হিয়া ভঙা কান্দোন। ওদালগুৰিৰ যুৱক - আৰক্ষী বিষয়া নৱজিৎ দাসৰ নশ্বৰ*দেহ আজি বাসগৃহত উপস্থিত হোৱাৰ পিছতে কান্দো*নত ভাগি পৰিল মাতৃ, পত্নী, আত্মীয়-স্বজন। পিতৃহাৰা হ’ল তিনি বছৰীয়া কণমানিটি। কৰ্তব্যৰত অৱস্থাত বাহনৰ খুন্দাত কৰু*ণ মৃ*ত্যু হৈছিল আৰক্ষী বিষয়াজনৰ।