Public App Logo
“BJP এখন ‘চোৰৰ চৰকাৰ’। আন দল ভাঙি, বিধায়ক কিনি চৰকাৰ গঠন কৰে—আৰু বিশ্বক নৈতিকতাৰ জ্ঞান দিয়ে!” — কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে বিজেপিৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ কৰি খাৰ্গে অভিযোগ কৰে যে বিৰোধী দল ভাঙি আৰু বিধায়কক নিজৰ পক্ষলৈ আনি বিজেপিয়ে চৰকাৰ গঠন কৰে, অথচ আন দলক নৈতিকতাৰ পাঠ দিয়ে। #NewzNow #MallikarjunKharge #Congress #BJP #PoliticalStatement #IndianPolitics #BJPGovernment #Democracy #IndiaNews - Assam News