Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर

টিহু ভাগ: বৰঝাৰ কালি মন্দিৰ প্ৰাংগণত আয়োজন কৰা ৰাজহুৱা কালি পুজাত উপস্থিত জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী

Tihu Part, Nalbari | Oct 21, 2025
টিহু সমষ্টিৰ অন্তৰ্গত বৰঝাৰ কালি মন্দিৰ প্ৰাংগণত আয়োজন কৰা ৰাজহুৱা কালি পুজাত বন্তি প্ৰজ্জলক হিচাপে উপস্থিত থাকে কংগ্ৰেছৰ জিলা সভাপতি ৰাতুল পাটোৱাৰী।আনহাতে বন্তি প্ৰজ্বলন কৰাৰ লগতে ধৰ্মপ্ৰাণ ৰাইজৰ লগত মত বিনিময় কৰে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে