Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

টিহু ভাগ: নলবাৰীৰ টিহুত গান্ধী ভৱন উদ্বোধন,উপস্থিত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

Tihu Part, Nalbari | Oct 29, 2025
অসমীয়াৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি ৰৈ ৰৈ বিনালেৰ মুক্তিৰ পূৰ্বে নলবাৰীৰ টিহুত ন ৰূপত প্ৰাণ পাই উঠিল টিহুৰ গান্ধী ভৱন ছবি আৰু প্ৰেক্ষাগৃহ । নলবাৰী জিলাৰ টিহুবাসীৰ দীৰ্ঘদিনীয়া অভাৱ দূৰ কৰি নলবাৰীৰ টিহুত ১৯৪৪ চনতে স্থাপিত টিহুৰ গান্ধী ভৱনটো ন ৰূপত সাজু কৰি আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় । জুবিন গাৰ্গৰ ছবি ৰৈ ৰৈ বিনালেৰ মুক্তিৰ পূৰ্বে আজি টিহু গান্ধী ভৱন উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।