Public App Logo
আবকাৰী বিভাগ আৰু আৰক্ষীৰ ছত্ৰছায়াতে তিতাবৰত অবৈধ মদৰ ৰমৰমীয়া ব্যৱসায় চলাৰ অভিযোগ। তিতাবৰৰ বঙালমৰা ৰঙাজানত গাঁওৰক্ষী বাহিনীয়ে হাতে-লোটে অবৈধ মদ জব্দ কৰি প্ৰশাসনক গতাই দিয়াৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। - Assam News