📌হেঙুল-হাইতালৰ ৰঙেৰে সাঁচিপাতত ৰাজ্য বাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবি আঁকিলে চিত্ৰ শিল্পী জুলি বৰুৱাই---
📌সাঁচিপাতত জীয়াই থাকিব জুবিন গাৰ্গ
📌এয়া কেৱল এখন ছবি নহয়, এয়া হৈছে অসমীয়া জাতিয়ে হেৰুওৱা এজন প্ৰাণৰ শিল্পীক শতিকা পুৰণি পৰম্পৰাৰে দিয়া এক অনন্য শ্ৰ*দ্ধা*ঞ্জ*লি------
#justicfor Zubeen Garg #highlightseveryone #hilightsfolowers
Ujani Majuli Circle, Majuli | Sep 30, 2026