মাজুলী জিলা মহিলা সমিতিৰ পঞ্চদশ অধিৱেশন সম্পন্ন: বিষয় - বাচনি সভাত ৰূবী শইকীয়াক সভানেত্ৰী আৰু নিতুল হাজৰিকাক সম্পাদিকা নিৰ্বাচিত: বৃহৎ মুকলি সভা: ২৫ গৰাকী প্ৰতিষ্ঠাপকক সম্বৰ্ধনা: অঙ্গনা উন্মোচন
২৭ছেপ্তম্বৰত অনুষ্ঠিত হৈছিল এই অধিৱেশন----
নামনি মাজুলী আঞ্চলিক মহিলা সমিতিৰ সহযোগত বালিচাপৰি মিলিত কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে উক্ত অধিৱেশনখনত মাজুলীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শাখা সমিতি, আঞ্চলিক সমিতিৰ কেইবাশতাধিক মহিলাই অংশগ্ৰহণ কৰে----