Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

পশ্চিম নলবাৰী: চামতা মটৰ ষ্টেণ্ড চ’কৰ জয় মা কামাখ্যা নামৰ বিদ্যুৎ সামগ্ৰী থকা দোকানত চোৰৰ চাফাই অভিযান

নলবাৰী ৰাস মহোৎসৱৰ মাজতে চোৰৰ চাফাই অভিযান৷ নলবাৰীৰ চামতা মটৰ ষ্টেণ্ড চ’কৰ জয় মা কামাখ্যা নামৰ বিদ্যুৎ সামগ্ৰী থকা দোকানত নিশা চোৰে লুটি যৈ যায় বৈদ্যুতিক সামগ্ৰী৷দোকান খনৰ পৰা চোৰে প্ৰায় ১৫ লাখ টকাৰ সামগ্ৰী লৈ যায় বুলি জানিব পৰা গৈছে৷ নিশা দোকানৰ চাতাৰ ভাঙি চোৰে চলালে চুৰি কাৰ্য্য