Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

পশ্চিম নলবাৰী: নলবাৰী চামতাত উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

নলবাৰীত উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ অনুষ্ঠানত উপস্থিত হয় মুখ্যমন্ত্ৰী ।টিহু বিধানসভা সমষ্টিৰ চামতাৰ চামতা ষ্টেডিয়ামত অনুষ্ঠিত উক্ত অনুষ্ঠান। ৩৩০০০ মহিলাই লাভ কৰে মহিলা উদ্যমিতা অভিযানৰ ধন।