বাঘবৰ: চলচলীয়া গাঁৱত চিপিআইএমৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত
চলচলীয়া গাঁৱত চিপিআইএমৰ মনোনীত প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ ৰাজ্যিক সভাপতি ৰোস্তম আলীৰ লগতে এটা সঁজাতি দলে প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত চলাইছে নিৰ্বাচনী প্ৰচাৰ।