Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी

বাঘবৰ: জনীয়াত জবকাৰ্ডধাৰী শ্ৰমিক সকলক ১০০ দিনৰ কাম দিয়াৰ দাবীত কৃষক সভাৰ আন্দোলন

Baghbor, Barpeta | Nov 26, 2025
সমগ্ৰ দেশৰ লগত সংগতি ৰাখি জনীয়াত জবকাৰ্ডধাৰী শ্ৰমিক সকলক ১০০ দিনৰ কাম দিয়া, সকলো গৰিব মানুহক বৃদ্ধপেঞ্চন, অৰুণোদয় আঁচনিৰ তালিকাভূক্ত কৰা আৰু কৃষকৰ ন্যায্য প্ৰাপ্যৰ দাবীত কৃষক সভাৰ উদ্যোগত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰে ৷ কৃষক সভাই সমস্যা সমাধানৰ দাবীত জনীয়া গাওঁ পঞ্চায়তৰ সভানেত্ৰী আৰু সচিবলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে । স্মাৰক পত্ৰ গ্ৰহণ কৰি উৰ্ধতম কৰ্তৃপক্ষৰ লগত আলোচনা কৰি সমস্যা সমাধানৰ আশ্বাস সভানেত্ৰী আৰু সচিবৰ।