Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

বজালী ভাগ: বজালীৰ খাৰাধৰাৰ ৰাজহুৱা শ্মশানখন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

Bajali Part, Barpeta | Nov 8, 2025
বজালীৰ খাৰাধৰাত বিধায়কৰ পুজি আৰু ৰাইজৰ সহায় সহযোগত নতুনকৈ নিৰ্মাণ হোৱা শ্মশানখন শনিবাৰে আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰা হয় ৷ খাৰাধৰাত নতুনকৈ নিৰ্মাণ হোৱা ৰাজহুৱা শ্মশানখন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰি ৰাইজৰ বাবে উচৰ্গা কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । উক্ত অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে । উল্লেখযোগ্য যে, পাটাছাৰকুছি সমষ্টিত এতিয়ালৈকে ১২ খন শ্মশান নিৰ্মাণ কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

MORE NEWS