Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

বজালী ভাগ: বজালীৰ বিদ্যাভৱন নিত্যানন্দ হাইস্কুলৰ গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তীৰ উদ্বোধন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

Bajali Part, Barpeta | Nov 23, 2025
বজালীৰ বিদ্যাভৱন নিত্যানন্দ হাইস্কুলৰ গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তী ৰবিবাৰৰ পৰা আৰম্ভ হয় ৷ বজালীৰ বিদ্যাভৱন নিত্যানন্দ হাইস্কুলৰ গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তীৰ উদ্বোধক হিচাবে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । মন্ত্ৰী গৰাকীয়ে মহাৰজত জয়ন্তীৰ উদ্বোধক হিচাবে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যে তেখেতৰ মুল্যৱান ভাষণ প্ৰদান কৰে ৷