Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Accident
Congress
Modi
Delhi
Viral
Up
अमित_शाह
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
Uttarpradesh
Haryana
Cricket
Lucknow
citynewsdibrugarh
1
ডিব্ৰুগড়ৰ চাওলখোৱাত যোৱাকালি সন্ধিয়া চাঞ্চল্যকৰ ঘটনা বজাৰ কৰি থকা অৱস্থাতে ৰমজান আলীক দাৰে আক্ৰমণ! ডিব্ৰুগড়ৰ চাওলখোৱাত যোৱাকালি সন্ধিয়া সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। বজাৰ কৰি থকা অৱস্থাতে ৰমজান আলী নামৰ এজন লোকক দাৰে আক্ৰমণ কৰে চমিৰ আলী নামৰ এজন লোকে। হঠাৎ হোৱা এই আক্ৰমণত ৰমজান আলী আহত হয়। ঘটনা সংঘটিত কৰিয়েই আক্ৰমণকাৰী চমিৰ আলীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Dibrugarh East, Dibrugarh
| Sep 2, 2026
MORE NEWS
## এজাক বৰষুণতে বুৰিল ডিব্ৰুগড় মহানগৰ। ## মহানগৰৰ মূল পথ মানকটা পথত সন্ধিয়া অহা বৰষুণত ভয়াৱহ কৃত্ৰিম বান পৰিস্থিতি। ## গ্ৰাহাম বজাৰৰ হৰিজন কলনীটো সোমাল পানী। ## ডিব্ৰুগড় পৌৰনিগমৰ অকৰ্মন্যতাক লৈ সৰৱ মহানগৰবাসী। কেইবাটাও পথ কৃত্ৰিম পানীত বুৰিল
Dibrugarh East, Dibrugarh | Oct 1, 2026
❤️🕊️
Dibrugarh East, Dibrugarh | Oct 1, 2026
🪔✨ DURGA PUJA FESTIVAL OFFER – LEVELUP STUDIO ✨🪔 This festive season, Glow More & Save More! ❤️ 🔥 FLAT 20% OFF ON ALL TREATMENTS 💥 FLAT 30% OFF ON ALL SERVICES 🎁 SPECIAL FESTIVE COMBO PACKAGES FOR MEN & WOMEN 💇 Hair Care | 💆 Hair Spa | ✨ Facial | 💅 Nails | 🧔 Grooming | 🌸 Beauty Treatments 🌟 Your Festive Glow Starts Here! 🌟 📞 BOOK NOW: 9864797687 📍 ADDRESS: LEVELUP STUDIO (FAMILY SALON & ACADEMY) 2nd Floor, Jayshiddhi Building, Above Sarangi Restaurant, Near Niranjan School, Khaliamari, Dibrugarh, Assam – 786001 ❤️ BEAUTY | CARE | CONFIDENCE
Dibrugarh East, Dibrugarh | Oct 1, 2026
#Dibrugarh | Several parts of Dibrugarh witnessed waterlogging following heavy rainfall, causing inconvenience to commuters and residents.
Dibrugarh East, Dibrugarh | Oct 1, 2026
That relief everyone was waiting for ❤️
Dibrugarh East, Dibrugarh | Oct 1, 2026
## টাইৱানত অনুষ্ঠিত হ’ব লগা Asia Pacific Traditional Arts Festival 2026ত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিব ডিব্ৰুগড়ৰ Neuwaan Caravan Bandয়ে।ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে অতিজৰে পৰা বসবাস কৰা পুৰণি জনজাতি সমূহৰ কলা-কৃষ্টি,গীত-মাত,পুৰণি বাদ্যযন্ত্ৰ,লোককথা,সাধুকথা আদিবোৰ সামৰি আগবাঢ়িছে ভাৰতৰ দলতো। ## আন্তঃৰাষ্ট্ৰীয় এই অনুষ্ঠানৰৰ বাবে দিনে ৰাতিয়ে Neuwaan Carvan Brandয়ে চলাইছে কঠোৰ অনুশীলন।ক্ৰমাৎ হেৰাবলৈ ধৰা পুৰণি গীত-মাত, বাদ্যযন্ত্ৰ, লোক কথাক বিষয়বস্তক লৈ আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ বাবে আগবাঢ়িছে দলটো। দলটোৰ শিল্পী সকল হৈছে ভাষ্কৰ জ্যোতি কোঁৱৰ, ৰ’ডালি দত্ত,ৰিম্পি বুঢ়াগোঁহাই,অংগৰাগ ফুকন,আকাশ দৰ্শন্,টিমচিনা চাউদাং বৰুৱা,অন্ন প্ৰশন্ন কাশ্যপ আৰু মানস বৰা।
Dibrugarh East, Dibrugarh | Oct 1, 2026
📍ৰাইজৰ ভোট চোৰ কৰাৰ অভিযোগ তুলি দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ডিব্ৰুগড়ৰ চৌকিডিঙীত বাওপন্থী দলসমুহৰ বিক্ষোভ কাৰ্যসূচী.....
Dibrugarh East, Dibrugarh | Oct 1, 2026
ডিব্ৰুগড় চাউলখোৱাত নতুন ৰূপত পুনৰ মুকলি উদয়ৰাম ৰাৱতমল পেট্ৰল পাম্প। #citynewsdibrugarh #follewers
Dibrugarh East, Dibrugarh | Sep 30, 2026
What is the biggest problem with Assamese or Northeast people in India? None of them are thinking about wealth creation! Maybe it’s time we started thinking beyond income. A full-day conversation around wealth creation is happening in Dibrugarh. 📅 11 October 2026 📍 Manohari Tea Resort, Dibrugarh 🎙️ Dev Gadhvi × CA Mayur Mehta How To Build Generational Wealth with Limited Capital Check more details here: 🔗 https://wealth-summit-assam.ppwealthhub.com/ #Assam #Dibrugarh #AssamNews #Assamese #NortheastIndia #WealthCreation
Dibrugarh East, Dibrugarh | Sep 30, 2026