Public App Logo
Profile Picture

City News Dibrugarh

@citynewsdibrugarh
196Followers
0Following
ডিব্ৰুগড় চাউলখোৱাত নতুন ৰূপত পুনৰ মুকলি উদয়ৰাম ৰাৱতমল পেট্ৰল পাম্প।
<nis:link nis:type=tag nis:id=citynewsdibrugarh nis:value=citynewsdibrugarh nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follewers nis:value=follewers nis:enabled=true nis:link/>
ডিব্ৰুগড়ৰ আগশাৰীৰ কোচিং প্ৰতিষ্ঠান এলেন ইনষ্টিটিউটত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ। অভিযোগ অনুসৰি, নামভৰ্তিৰ সময়ত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক যি স্কলাৰশ্বিপৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল, ৬ মাহ পাৰ হোৱাৰ পাছত এতিয়া তাক একাষৰীয়া কৰি ছাত্ৰ-ছাত্ৰীসকলক সম্পূৰ্ণ মাচুল (Payment) আদায় দিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছে। এই সিদ্ধান্তৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে অভিভাৱকসকল। ৰাজ্য চৰকাৰৰ নীতি আৰু সংস্থাবোৰৰ এনে হঠকাৰী সিদ্ধান্তই ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ অনিশ্চয়তাৰ সৃষ্টি কৰা বুলি অভিযোগ উঠিছে। বিষয়টোক লৈ যুৱ আয়োগেও সৰৱ ভূমিকা গ্ৰহণ কৰিছে আৰু সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে ৰাজপথত আন্দোলনৰ হুংকাৰ দিয়ে। 

পৰীক্ষাৰ জৰিয়তে যোগ্য ছাত্ৰ-ছাত্ৰীক স্কলাৰশ্বিপ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। কিন্তু নামভৰ্তিৰ ৬ মাহ পাৰ হোৱাৰ পাছতেই যেন হঠাৎ সলনি হৈ পৰিল নীতি-নিয়ম! এতিয়া স্কলাৰশ্বিপৰ সুবিধাৰ সলনি ছাত্ৰ-ছাত্ৰীক পোনপটীয়াকৈ ধন আদায় দিবলৈ হেঁচা দিয়াৰ গুৰুতৰ অভিযোগ উঠিছে ডিব্ৰুগড়ৰ এলেন ইনষ্টিটিউটৰ বিৰুদ্ধে।
এলেন ইন্সটিটিউটত স্কলাৰশ্বিপ বাতিলৰ সিদ্ধান্ত প্ৰত্যাহাৰ 

মুখ্যমন্ত্ৰীৰে আলোচনাৰ অন্ততঃ ঘোষণা যুৱ আয়োগৰ সদস্য ভাস্কৰ গগৈৰ

স্কলাৰশ্বিপ বাতিলক কেন্দ্ৰ কৰি কালি উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছিল ডিব্ৰুগড় এলেন ইন্সটিটিউটত 

পূৰ্বৰ সা-সুবিধাই লাভ কৰিব বুলি প্ৰকাশ ডাঃ ভাস্কৰ গগৈৰ..
Dibrugarh District Sports Association

Annual Award Ceremony 2026
📍জ্ঞানেশ কুমাৰৰ গ্ৰেপ্তাৰৰ দাবীত ডিব্ৰুগড়ত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
ডিব্ৰুগড়ত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ গ্ৰেপ্তাৰ আৰু অপসাৰণৰ দাবীত জিলা কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মী-সমৰ্থকে থানা ঘেৰাও কৰি বিভিন্ন শ্লোগান দি পৰিস্থিতি উত্তাল কৰি তোলে....
📍ডিব্ৰুগড়ৰ এম জে বি টি বাছ আস্থানত সময়সূচী বিতৰ্ক; লেচিৰ  বিৰুদ্ধে বাছ মালিকৰ ক্ষোভ...
ডিব্ৰুগড়ত ‘মায়াবিনী’ গীতেৰে সুঁৱৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম পূণ্যতিথিত ‘মায়াবিনী’ গীতেৰে সুৰম্য হৈ পৰিল ডিব্ৰুগড়। প্ৰিয় শিল্পীগৰাকীৰ কালজয়ী সৃষ্টিৰ সুৰত অনুৰাগীসকলে সুঁৱৰিলে জুবিনক আৰু জনালে গভীৰ শ্ৰদ্ধাঞ্জলি।
আমোলাপট্টী গাৰ্ডপাৰাৰ ৰাইজে প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যু তিথি লগতে জুবিন দিৱস উদযাপন কৰে...
জনস্বাস্থ্য কাৰিকৰী বিভাগ, ডিব্ৰুগড় জিলাৰ উদ্যোগত আজি শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা উদযাপন কৰা হয়।

বিশ্বকৰ্মা পূজাৰ সৈতে সংগতি ৰাখি জনস্বাস্থ্য কাৰিকৰী বিভাগ, ডিব্ৰুগড় জিলা তথা ঠিকাদাৰ-যোগানিয়াৰৰ পৰিয়ালৰ ২০২৬ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অৱসৰপ্ৰাপ্ত বিভাগীয় কৰ্মচাৰীসকলক সম্বৰ্ধনা জনোৱা হয়।
ডিব্ৰুগড় জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা ......
<nis:link nis:type=tag nis:id=citynewsdibrugarh nis:value=citynewsdibrugarh nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=highlights nis:value=highlights nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follewers nis:value=follewers nis:enabled=true nis:link/>
জুবিনৰ স্মৃতিত এক ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলি।
১৯ ছেপ্টেম্বৰত দুলীয়াজান–ডিব্ৰুগড় বিনামূলীয়া বাছ সেৱা।

<nis:link nis:type=tag nis:id=জুবিনগাৰ্গ nis:value=জুবিনগাৰ্গ nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=zubeengarg nis:value=ZubeenGarg nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=শ্ৰদ্ধাঞ্জলি nis:value=শ্ৰদ্ধাঞ্জলি nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=জুবিনৰস্মৃতিত nis:value=জুবিনৰস্মৃতিত nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=dibrugarh nis:value=Dibrugarh nis:enabled=true nis:link/> Duliajan
গণেশ চতুৰ্থীৰ ভক্তিময় পৰিৱেশত ডিব্ৰুগড় ..

নিউ গঙ্গাপাৰা সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ উদ্যোগতো পৰম্পৰাগত নীতি-নিয়মেৰে অনুষ্ঠিত হ’ল শ্ৰী শ্ৰী গণেশ পূজা। একেদিনাই সমাগত শাৰদীয় দুৰ্গাপূজাৰ বাবে স্থাপন কৰা হ’ল লাই খুটা।

<nis:link nis:type=tag nis:id=গণেশচতুৰ্থী nis:value=গণেশচতুৰ্থী nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=ganeshchaturthi nis:value=GaneshChaturthi nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=dibrugarh nis:value=Dibrugarh nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=ডিব্ৰুগড় nis:value=ডিব্ৰুগড় nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=ganpatibappamorya nis:value=GanpatiBappaMorya nis:enabled=true nis:link/> গণপতিবাপ্পা
⭕ডিব্ৰুগড়ত অনুষ্ঠিত হ’ল ‘একেডেমিক এক্সেলেন্স অনুষ্ঠান ২০২৬’...

 ⭕ড° আৰ.কে. স্কুল আৰু কেৰিয়াৰ পইণ্ট এডভেঞ্চৰ প্ৰাইভেট লিমিটেডৰ যৌথ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত ২০২৫-২৬ শৈক্ষিক বৰ্ষত সফলতা অৰ্জন কৰা কৃতী ছাত্ৰ-ছাত্ৰীসকলক প্ৰশস্তি পত্ৰ আৰু নগদ পুৰস্কাৰেৰে সম্বৰ্ধনা জনোৱা হয়...
গাড়ী ভাড়াত দি বিপদত মালিক!

গৰু চুৰি কাণ্ডৰ মাষ্টাৰমাইণ্ডসহ সহযোগী আটক!

ডিব্ৰুগড়–ডিগবৈ আৰক্ষীৰ যুটীয়া অভিযানত তিনিচুকীয়াৰ বাপাপুংৰ গৌতম গগৈ আৰু তেওঁৰ এজন সহযোগীক আটক।

অভিযোগ অনুসৰি, ২৯ আগষ্টত সীমা দাসে তেওঁৰ Baleno গাড়ীখন চাৰি দিনৰ বাবে গৌতম গগৈক ভাড়াত দিছিল।

কিন্তু পিছত গাড়ীখন গৰু চুৰিৰ ঘটনাত ব্যৱহাৰৰ অভিযোগ উত্থাপন হোৱাত আৰক্ষীৰ কাষ চাপিছিল মালিকগৰাকী।

ইতিমধ্যে দুয়োকে আটক কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
ডিব্ৰুগড়ৰ নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ত উলহ মালহেৰে শিক্ষক দিৱস উদযাপন...
<nis:link nis:type=tag nis:id=citynewsdibrugarh nis:value=citynewsdibrugarh nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=highlights nis:value=highlights nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follewers nis:value=follewers nis:enabled=true nis:link/>
✨ ডিব্ৰুগড়ত ‘নৰ্থ-ইষ্ট কিং এণ্ড কুইন ছিজন–৯’

সৌন্দৰ্য, প্ৰতিভা, আত্মবিশ্বাস আৰু ব্যক্তিত্বৰ অনন্য সমাহাৰ.

<nis:link nis:type=tag nis:id=citynewsdibrugarh nis:value=citynewsdibrugarh nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=highlights nis:value=highlights nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follewers nis:value=follewers nis:enabled=true nis:link/>
ডিব্ৰুগড়ৰ চাওলখোৱাত যোৱাকালি সন্ধিয়া চাঞ্চল্যকৰ ঘটনা

বজাৰ কৰি থকা অৱস্থাতে ৰমজান আলীক দাৰে আক্ৰমণ!

ডিব্ৰুগড়ৰ চাওলখোৱাত যোৱাকালি সন্ধিয়া সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। বজাৰ কৰি থকা অৱস্থাতে ৰমজান আলী নামৰ এজন লোকক দাৰে আক্ৰমণ কৰে চমিৰ আলী নামৰ এজন লোকে।

হঠাৎ হোৱা এই আক্ৰমণত ৰমজান আলী আহত হয়। ঘটনা সংঘটিত কৰিয়েই আক্ৰমণকাৰী চমিৰ আলীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
নাহৰকটীয়াত নিশাৰ অন্ধকাৰত ভয়ংকৰ আক্ৰমণৰ অভিযোগ!

ঘৰত জোৰপূৰ্বক প্ৰৱেশ!
মহিলাক টানি-চোঁচৰাই বাহিৰলৈ উলিওৱাৰ অভিযোগ!
ঘৰৰ কাঁচ-সামগ্ৰী ভাঙি লণ্ডভণ্ড!
পৰিয়ালক মাৰপিট আৰু ভয়ংকৰ ভাবুকিৰ অভিযোগ!
ডিব্ৰুগড়ত নিশাৰ ৰাজপথত শিক্ষাৰ্থীৰ বিপজ্জনক বাইক ৰোমাঞ্চ!

সুৰাপান কৰি বেপৰোৱাভাৱে বাইক চলোৱাৰ দৃশ্য মেডিকেল কলেজৰ দুই শিক্ষাৰ্থীৰ।

ৰাজপথত বিপজ্জনক কাণ্ডৰ মাজতে আৰক্ষীৰ জালত দুই ছাত্ৰ-ছাত্ৰী।

<nis:link nis:type=tag nis:id=citynewsdibrugarh nis:value=citynewsdibrugarh nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=highlights nis:value=highlights nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follewers nis:value=follewers nis:enabled=true nis:link/>
অৰুণাচলত নিৰ্মাণ হৈ থকা দিবাং ভেলী বৃহৎ নদীবান্ধ বন্ধ কৰা, লিডু-মাঘেৰিটাত অব্যাহত থকা অবৈধ কয়লা বন্ধ কৰা আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দাবীত অসম চাহ জনজাতি ছাত্ৰ সন্থাই অতিশ্ৰীঘেই ডিব্ৰুগড় - তিনিচুকীয়া জিলাত আৰম্ভ কৰিব ধাৰাবাহিক আন্দোলন কাৰ্যসূচী।
নয়ডাত ৰহস্যজনকভাৱে হত্যাৰ বলি হোৱা ডিব্ৰুগড়ৰ যুৱতী মেহেক আহমেদৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি চাউলখোৱাত সাব্যস্ত কৰা হয় তীব্ৰ প্ৰতিবাদ।

নাৰী মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় নগৰ সমিতিৰ উদ্যোগত আৰু স্থানীয় মহিলাসকলৰ সহযোগত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী।

<nis:link nis:type=tag nis:id=citynewsdibrugarh nis:value=citynewsdibrugarh nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=highlights nis:value=highlights nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follewers nis:value=follewers nis:enabled=true nis:link/>
যোৱা 22 জুনত ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ভিতৰৰ পৰা হৃষীকেশ গোস্বামীক আক্ৰমণ কৰি চিলনী চোৰে লৈ গৈছিল তেওঁ পৰিধান কৰা দুডাল সোণৰ চেইন।

দিন দুপৰতে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ভিতৰৰ সংঘটিত হৈছিল এই ভয়াবহ ঘটনা।

নিজৰ কৰ্ম সম্পন্ন কৰিবলৈ যোৱা হৃষীকেশ গোস্বামীক  আয়ুক্তৰ কাৰ্যলয়ৰ ভিতৰত আক্ৰমন কৰি তেওঁ পৰিধান কৰা বৰ্ত্তমানৰ বজাৰ মূল্য প্ৰায় 20 লাখ টকাৰ মূল্য সোণৰ চেইন লৈ গৈছিল চিলনী চোৰে।

কিন্তু ডিব্ৰুগড় আৰক্ষীয়ে আজিৰ পৰ্য্যন্ত কোনো চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম নোহোৱাত সংবাদমেল সম্বোধন।
ডিব্ৰুগড়ত বজমে চিৰতুন নৱী উদ্‌যাপন সমিতিৰ উদ্যোগত উলিওৱা হয় জুলুচ-এ-মোহম্মদী শোভাযাত্ৰা। মহানবী হজৰত মুহাম্মদৰ পৱিত্ৰ জন্মদিন উপলক্ষে আয়োজন কৰা এই শোভাযাত্ৰাত প্ৰায় দুই শতাধিক ইছলাম ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে।

ফল বজাৰৰ পৰা আৰম্ভ হোৱা জুলুচ-এ-মোহম্মদী শোভাযাত্ৰাই পাঁচআলি হৈ কালিবাৰী পথত প্ৰৱেশ কৰে আৰু বিভিন্ন পথ পৰিভ্ৰমণ কৰি পুনৰ আৰম্ভণি স্থানতে আহি সমাপ্ত হয়।
<nis:link nis:type=tag nis:id=citynewsdibrugarh nis:value=citynewsdibrugarh nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=highlights nis:value=highlights nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follewers nis:value=follewers nis:enabled=true nis:link/>
ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তথা অসম বেডমিণ্টন সন্থাৰ তত্বাৱধানত অহা ২৭ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰলৈকে  ৭৪ সংখ্যক সদৌ অসম আন্তঃজিলা বেডমিণ্টন চেম্পিয়নশ্বিপ, ২০২৬- ৰ আয়োজন।
NORTHEAST KING & QUEEN S9 2026