Public App Logo
♦️বানে ক্ষতিগ্ৰস্ত কৰা আপোনাৰ পকীঘৰৰ মূল্যায়ন কৰা হৈছে নে? ♦️ফটো তুলিয়েই সামৰিলে জৰীপ: সোণাৰিত বানৰ ক্ষতিপূৰণ মূল্যায়নক লৈ ধেমালি! ♦️​মন্ত্ৰীৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেন: সোণাৰিত বানপীড়িতৰ আচবাবৰ মূল্যায়ন নকৰাৰ অভিযোগ ♦️​সোণাৰিত বানৰ ক্ষয়-ক্ষতি মূল্যায়নত বিসংগতি: প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইৰ। ​♦️​ফটো তুলিয়েই উভতিল কৰ্মচাৰী! সোণাৰিত বানপীড়িতৰ ক্ষোভ, ন্যায়ৰ দাবীত পলাশ চাংমাই - Sonari News