Public App Logo
Profile Picture

Charaideo Updates

@charaideoupdates
494Followers
1Following
♦️সোণাৰিত বানপীড়িতৰ কাষত ৰেড ক্ৰছ: ৫০০ পৰিয়াললৈ আগবঢ়ালে জৰুৰী সাহাৰ্য।
♦️​মানৱীয়তাৰ নিদৰ্শন: সোণাৰিৰ ৫০০ বন্যাক্ৰান্ত পৰিয়ালক ৰেড ক্ৰছৰ সাহাৰ্য বিতৰণ।
♦️​সোণাৰিত ৰেড ক্ৰছৰ বৃহৎ সাহায্য অভিযান: উপস্থিত জিলা আয়ুক্ত ড° নেহা যাদৱ।
♦️অভিলেখ সৃষ্টি চৰাইদেউ স্বাস্থ্য বিভাগৰ: 
♦️HPV টিকাকৰণত ৯৪% সফলতা;
♦️বিধায়ক আৰু জিলা আয়ুক্তৰ বিশেষ অভিনন্দন। ♦️ৰাজ্যিক পৰ্যায়ত প্রশংসিত জিলা স্বাস্থ্য বিভাগ।
♦️নতুন দামক কওক বাই-বাই! এতিয়া পুৰণি দামতেই লাভ কৰক আপোনাৰ সপোনৰ iPhone!
🎊​♦️দাম বাঢ়িল? চিন্তা নাই! আয়ুষী মবাইলত iPhone পাব পুৰণি দামতেই!
🎊♦️​অত্যাধুনিক টেকন'লজী, এতিয়া আপোনাৰ বাজেটত!
♦️মৰাণত চাঞ্চল্যকৰ ঘটনা সংঘটিত, পাঁচ গৰকীকৈ কিশোৰৰ মোবাইললৈ অশ্লীল মেছেজ প্ৰেৰণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হল প্ৰাক্তন BSF জোৱান নৱজিৎ সন্দিকৈ ।
♦️চৰাইদেউত অসম অনুসূচিত জাতি পৰিষদৰ প্ৰথম বাৰ্ষিক অধিৱেশনৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ
🟥ইলেকট্ৰনিকছৰ ২৫ বছৰ পূৰ্তি উপলক্ষে বিশেষ মেগা ডিচকাউণ্ট!"​🎁 প্ৰতিটো সামগ্ৰীত নিশ্চিত উপহাৰ

​🎉 সেৱা আৰু বিশ্বাসৰ ২৫ টা গৌৰৱময় বছৰ! শ্ৰী মা ইলেকট্ৰনিকছৰ ৰূপালী জয়ন্তী উপলক্ষে পূজাৰ বিশেষ উপহাৰ!"​💸 Upto 40% ৰেহাই

♦️​"সোণাৰিৰ ২৫ বছৰৰ বিশ্বাসযোগ্য প্ৰতিষ্ঠান 'শ্ৰী মা ইলেকট্ৰনিকছ'ত এইবাৰ পূজাৰ বিশেষ মেগা অফাৰ!"​💳 সহজ Finance-ৰ সুবিধা

​♦️​"বাজেটৰ চিন্তা নাইকিয়া! সহজ Finance সুবিধা আৰু Upto 40% Discount ৰে এইবাৰ পূজাৰ বজাৰ কৰক 'শ্ৰী মা ইলেকট্ৰনিকছ'ত!"

​📢​"পূজাৰ শ্ৰেষ্ঠ অফাৰ এতিয়া সোণাৰিত! শ্ৰী মা ইলেকট্ৰনিকছত Upto ৪০% ৰেহাই + নিশ্চিত উপহাৰ!"
​
​📍 ঠিকনা: নামতোলা ৰোড, সোণাৰি
​📞 যোগাযোগ: +918011722012 / 9435158704 / 9365865150
♦️চফ্ৰাইত কালিৰে পৰা তিনিদিনীয়াকৈ সদৌ অসম ভিত্তিৰ একক আৰু দ্বৈত প্ৰতিযোগিতা আৰম্ভ।
♦️​চফ্ৰাই এম চি ক্লাবৰ উদ্যোগত ৰাজহৱা প্ৰেক্ষাগৃহত ৰাজ্যিক পৰ্যায়ৰ খেল প্ৰতিযোগিতা।
♦️যুৱ প্ৰতিভা বিকাশৰ বাবে ধনাত্মক পদক্ষেপ: সোণাৰিত অনুষ্ঠিত হ’ল LAC-স্তৰীয় কুইজ।
♦️সোণাৰি P.K.B. বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সেৱা সংকল্প অভিযানৰ কুইজ প্ৰতিযোগিতা উদ্বোধন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ।
♦️সোণাৰি মহাবিদ্যালয়ত আছুৰ একচ্ছত্ৰ আধিপত্য: ১৫ টা পদৰ আটাইকেইটাতে বিশাল জয়।
♦️সপ্তাহত ৫ দিনীয়া কৰ্মদিনৰ দাবী: সোণাৰিত ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নৰ উত্তাল প্ৰ/তি/বা/দ। SBI-ৰ সন্মুখত কৰ্মচাৰীৰ বিক্ষোভ।
♦️সোণাৰিত বেংক কৰ্মচাৰীৰ প্ৰতিবাদ: ৫ দিনীয়া কৰ্মদিন আৰু পেঞ্চন উন্নীতকৰণৰ দাবী।
♦️​কৰ্মদিন ৫ দিনলৈ হ্ৰাস কৰাৰ দাবী: সোণাৰিত বেংক কৰ্মচাৰীৰ প্ৰ/তি/বা/দী কাৰ্যসূচী।
♦️সোণাৰিত বন্যহস্তীৰ উপদ্ৰৱ: বলৰাম ঠাকুৰৰ ঘৰ ৬ষ্ঠবাৰলৈ ভাঙিল, কথমপি প্ৰাণৰক্ষা পৰিয়ালৰ
​♦️দুটা দিনত ৭ টা ঘৰ ধ্বংস, ৬ বাৰকৈ সৰ্বস্ব হেৰুৱাইও ক্ষতিপূৰণহীন দৰিদ্ৰ পৰিয়াল
​♦️গোৱালাপথাত বন্যহস্তীৰ ত্ৰাস: বন বিভাগৰ নিষ্ক্ৰিয়তাত ক্ষুব্ধ ৰাইজ, সাহায্যৰ দাবীত হাহাকাৰ
​♦️আকৌ ভাঙিল বলৰাম ঠাকুৰৰ ঘৰ: সোণাৰিত বন্যহস্তীৰ তাণ্ডৱত আতংকিত ৰাইজ
♦️হাতীৰ আ/ক্ৰ/ম/ণত দুটা দিনত ধ্বংস সোণাৰিৰ ৭ টা বাসগৃহ: ক্ষতিপূৰণৰ পৰা বঞ্চিত ভূক্তভোগী পৰিয়াল
♦️ভাদ মাহৰ পৰম্পৰাগত কৰম পূজা উদযাপন: ৰাইজৰ অভূতপূৰ্ব উৎসাহ, ঝুমুৰ আৰু গীতৰ সুৰত মুখৰিত সমগ্ৰ অঞ্চল।
♦️সোণাৰিত বন্যহস্তীৰ তাণ্ডৱ: একে নিশাই ভাঙি লণ্ডভণ্ড ৪ টাকৈ বাসগৃহ, বন বিভাগৰ ভূমিকা লৈ ক্ষোভ।
♦️কৰম পূজাত বন্ধ থকাৰ দিনা কাটিব নোৱাৰিব শ্ৰমিকৰ মজুৰি: সোণাৰিত আটছাৰ হুংকাৰ।
♦️​কৰম পূজাত চাহ বাগিচাতো সম্পূৰ্ণ বন্ধৰ দাবী:আটছাৰ সকীয়ানি।
♦️​শ্ৰমিকৰ দৰমহা কৰ্তন কৰিব নোৱাৰিব বাগিচা কৰ্তৃপক্ষই: কৰম পূজাৰ বন্ধক লৈ সোণাৰিত আটছাৰ ডাঙৰ আহ্বান।
♦️​কৰম পূজাৰ দিনা চাহ বাগিচাত স্তব্ধ হ’ব লাগিব কাম-কাজ: সোণাৰিত আটছাৰ আহ্বান।
♦️প্ৰাণৰ শিল্পীৰ সোঁৱৰণত সোণাৰিত অট’ চালকৰ অনন্য শ্ৰদ্ধাঞ্জলি: যাত্ৰীক প্ৰদান কৰিলে বিনামূলীয়া সেৱা
<nis:link nis:type=tag nis:id=justiceforzubeengarg nis:value=JusticeForZubeenGarg nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=charaideoupdates nis:value=charaideoupdates nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=highlights nis:value=highlights nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=nonfollowersviewers nis:value=nonfollowersviewers nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=charaideo nis:value=Charaideo nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=sonari nis:value=sonari nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assamnews nis:value=AssamNews nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=followersreels nis:value=followersreels nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=sonarinews nis:value=sonarinews nis:enabled=true nis:link/>
♦️প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকীত সোণাৰিত ব্যতিক্ৰমী শৰীৰ চৰ্চা প্ৰতিযোগিতা: ধুতি-গামোচা পিন্ধি নামিল শৰীৰ চৰ্চা প্ৰতিযোগীত।
♦️​প্ৰাণৰ শিল্পীক শ্ৰদ্ধাঞ্জলি: সোণাৰিত ইউনিভাৰ্চেল ফ্লেক্স জিমৰ উদ্যোগত ধুতি-গামোচাৰে শৰীৰ চৰ্চা প্ৰতিযোগিতা।
♦️সোণাৰিত মাটিৰ তলেৰে সুৰংগ খান্দি চুৰিকাণ্ড! ♦️সোণাৰিত দিন-হাজিৰা কৰা মহিলাৰ ২০ হাজাৰ টকা লৈ উধাও চোৰ।
♦️​সোণাৰিত চোৰৰ অভিনৱ তাণ্ডৱ: বেৰৰ তলেৰে সোমাই লুট কৰিলে মহিলাৰ কষ্টৰ উপাৰ্জন
♦️মাটিৰ তলেৰে সুৰংগ খান্দি চুৰিকাণ্ড!♦️ সোণাৰিত দিন-হাজিৰা কৰা মহিলাৰ ২০ হাজাৰ টকা লৈ উধাও চোৰ
​সোণাৰিত চোৰৰ অভিনৱ তাণ্ডৱ: ♦️বেৰৰ তলেৰে সোমাই লুট কৰিলে মহিলাৰ কষ্টৰ উপাৰ্জন
♦️মুক্তি ৰ অপেক্ষা 

🎵 বাণী বাইলুংৰ কণ্ঠত — “বলিয়া বান” 🎵
বানপানীৰ বিভীষিকা আৰু মানুহৰ জীৱন-সংগ্ৰামৰ আধাৰত নিৰ্মিত এক হৃদয়স্পৰ্শী সংগীত।
🟥চৰাইদেউ জিলা চিকিৎসালয়ত ১.২৪ কোটি টকীয়া অত্যাধুনিক পৰীক্ষাগাৰ।
🟥পৰীক্ষাগাৰৰ আধাৰশিলা স্থাপন কৰিলে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।
♦️বামপথাৰ বেঙেনাবাৰী চৰকাৰী MVS-ৰ শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ ডাঙৰ পদক্ষেপ।
♦️বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ আধাৰশিলা।
♦️ড্ৰা/গ/ছ/মুক্ত সমাজৰ দাবীত সোণাৰিৰ ৰাজপথত আছু
♦️কোনে কোনে উপভোগ কৰিলে এই নান্দনিক দৃশ্য?
♦️সন্ধিয়াৰ শান্ত আকাশত জোন-তৰাৰ অপূৰ্ব ৰূপ।
♦️জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকীত সোণাৰিৰ যুৱক ৰোহিত মুণ্ডাৰ সোণাপুৰলৈ চাইকেল যাত্ৰা