Public App Logo
ঘৰৰ পৰা প্ৰায় ৮০০ মিটাৰ দূৰত পানী যোগান আঁচনি থকাৰ পিছতো আজিলৈকে তেওঁলোকৰ ঘৰত সংযোগ নহ’ল JJM। এই ভয়ংকৰ বানপানীত নিজৰ কন্যাক হেৰুৱালে এই অসহায় পৰিয়ালটোৱে। এতিয়া থাকিবলৈ ঘৰখনো নাই, JJMৰ খোৱা পানীৰ ব্যৱস্থাও নাই। এই কঠিন সময়ত আপোনালোকৰ অলপ সহায়ে পৰিয়ালটোক নতুনকৈ ঠন ধৰি উঠাত সহায় কৰিব পাৰে। 🙏 যদি পাৰে, আপোনাৰ সামৰ্থ্য অনুসৰি অলপ সহায় কৰক। ❤️ #news #AssamFlood #oursivasagar - Sibsagar News