Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
भाजपा
Accident
Congress
Modi
Delhi
Viral
मारपीट
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Uttarpradesh
Haryana
Hardoi
Cricket
Lucknow
Uttarakhand

ওদালগুৰি: আক্ৰাছু উদ্যোগত ওদালগুৰি জিলা কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনৰ সক্ৰিয় সহযোগত ওদালগুৰি চহৰত গন হুংকাৰ কাৰ্যসুচী

Udalguri, Udalguri | Nov 23, 2025
কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতি (ST) ৰূপে স্বীকৃতি প্ৰদানৰ দাবীক লৈ আজি সমগ্ৰ ওদালগুৰি চহৰ উত্তাল হৈ উঠে। অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ সমর্থকে ওদালগুৰিত হাতে হাতে, প্লেকাৰ্ড, বেনাৰ আৰু শ্ল’গানেৰে জনজাতিকৰণৰ দাবীৰে উত্তাল কৰি তোলে।এই কাৰ্য্যসূচীত নেতৃত্ব প্রদান কৰে আক্ৰাছুৰ জিলা সমিতিৰ নেতৃত্বৰ, লগতে বিভিন্ন কোচ ৰাজবংশী সামাজিক-সাংস্কৃতিক সংগঠনে অংশগ্ৰহণ কৰে। কোচ ৰাজবংশী ছাত্ৰ সন্থাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক জনজাতিকৰণৰ দাবী সোনকালেই পূৰণ কৰিবলৈ আহ্বান জনায়।

MORE NEWS

ক্ষুদ্ৰ মুখাৰে বিশ্ব অভিলেখ গঢ়িলে ওদালগুৰিৰ কণজিৎ মেধিয়ে। Book of World Records-ত কণজিৎ মেধিৰ নাম। মাত্ৰ ১.৪ চেণ্টিমিটাৰৰ পৰম্পৰাগত মুখাৰে গেলাবিলৰ পৰা বিশ্বলৈ গৌৰৱ কঢ়িয়ালে ১৭ বছৰীয়া কণজিৎ মেধিয়ে।

Udalguri, Udalguri | Aug 16, 2026

ওদালগুৰিৰ যুৱক-আৰক্ষী বিষয়া নৱজিৎ দাসৰ মৃত্যুৰ তদন্তৰ দাবী ওদালগুৰিৰ ৰাইজৰ। সমগ্ৰ ঘটনাটোকলৈ সন্দেহৰ সৃষ্টি। ঘটনাত ড্ৰাগছ ব্যৱসায়ী জড়িত থকাৰ সন্দেহ।

ওদালগুৰিৰ যুৱক-আৰক্ষী বিষয়া নৱজিৎ দাসৰ মৃত্যুৰ তদন্তৰ দাবী ওদালগুৰিৰ ৰাইজৰ। সমগ্ৰ ঘটনাটোকলৈ সন্দেহৰ সৃষ্টি। ঘটনাত ড্ৰাগছ ব্যৱসায়ী জড়িত থকাৰ সন্দেহ।

Udalguri, Udalguri | Aug 16, 2026

উজনি অসমৰ বানবিধ্বস্ত গাঁৱত ২০০ জনীয়া এবছুৰ দল। ঘৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি বানত বিধ্বস্ত ঘৰসমূহ পুনৰ বাসোপযোগী হোৱাকৈ চাফ-চিকুণ কৰাৰ কামত ব্যস্ত এবছুৰ কৰ্মীসকল। ওদালগুৰিৰ লগতে সমগ্ৰ অসমৰ পৰা শিৱসাগৰলৈ গৈ বানপীড়িতৰ কাষত ঠিয় দিছে এবছুৰ কৰ্মী সকল।

All Bodo Students Union - ABSU
#ABSU

উজনি অসমৰ বানবিধ্বস্ত গাঁৱত ২০০ জনীয়া এবছুৰ দল। ঘৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি বানত বিধ্বস্ত ঘৰসমূহ পুনৰ বাসোপযোগী হোৱাকৈ চাফ-চিকুণ কৰাৰ কামত ব্যস্ত এবছুৰ কৰ্মীসকল। ওদালগুৰিৰ লগতে সমগ্ৰ অসমৰ পৰা শিৱসাগৰলৈ গৈ বানপীড়িতৰ কাষত ঠিয় দিছে এবছুৰ কৰ্মী সকল। All Bodo Students Union - ABSU #ABSU

Udalguri, Udalguri | Aug 16, 2026

আৰক্ষী বিষয়া নৱজিৎ দাসৰ মৃ*ত্যুৰ ঘটনাৰ প্ৰকৃত সত্য উদঘাটনৰ বাবে ন্যায়িক তদন্তৰ দাবী  পৰিয়াল আৰু ৰাইজৰ। কৰ্তব্যৰত অৱস্থাত বাহনৰ খুন্দাত মৃ*ত্যু হোৱা আৰক্ষী বিষয়া নৱজিৎ দাসৰ নশ্বৰ*দেহ আজি ওদালগুৰিৰ বাসগৃহত আহি পোৱাৰ পিছতে শোকত ভাগি পৰে সকলো। ঘটনাৰ ন্যায়িক তদন্তৰ জৰিয়তে প্ৰকৃত সত্য পোহৰলৈ অনাৰ দাবী পৰিয়াল আৰু ৰাইজৰ ।

Udalguri, Udalguri | Aug 15, 2026

বাবু ইমান সোনকালে মোক এৰি কিয় গলা? মই কি ভুল কৰিলোঁ। কৰ্তব্যত গৈ  ঘৰলৈ নশ্বৰ*দেহ হৈ উভতি অহা আৰক্ষী বিষয়া নৱজিৎ দাসক সাৱতি আত্মীয়ৰ হিয়া ভঙা কান্দোন। ওদালগুৰিৰ যুৱক - আৰক্ষী বিষয়া নৱজিৎ দাসৰ নশ্বৰ*দেহ আজি বাসগৃহত উপস্থিত হোৱাৰ পিছতে কান্দো*নত ভাগি পৰিল মাতৃ, পত্নী, আত্মীয়-স্বজন। পিতৃহাৰা হ’ল তিনি বছৰীয়া কণমানিটি। কৰ্তব্যৰত অৱস্থাত বাহনৰ খুন্দাত কৰু*ণ মৃ*ত্যু হৈছিল আৰক্ষী বিষয়াজনৰ।