Public App Logo
Profile Picture

Majuli Sangbad

@majulisangbad
127Followers
0Following
মাজুলীৰ কৃষি খণ্ডক আধুনিক আৰু অধিক উৎপাদনমুখী কৰি তোলাৰ লক্ষ্যৰে কৃষি বিভাগৰ সহযোগত এগৰাকী উদ্যমী মহিলা ৰীতা বৰাই এক সফল নাৰ্চাৰী গঢ়ি তুলিছে। মাজুলী জিলা কৃষি বিভাগৰ তৰফৰ পৰা যোগান ধৰা পলিহাউচ (Polyhouse) আৰু অন্যান্য কৃষি সামগ্ৰীৰ সঠিক ব্যৱহাৰেৰে তেওঁ চিড ট্ৰে’ত (Seed Tray) প্ৰায় ৪,০০০ ৰ পৰা ৫,০০০ জলকীয়া, ওলকবি, বন্ধাকবি, ফুলকবি আদিৰ উন্নত জাতৰ পুলি প্ৰস্তুত কৰি স্বাৱলম্বনৰ নিদৰ্শন দাঙি ধৰিছে।

​কৃষিৰ সমান্তৰালকৈ পৰম্পৰাগত শিল্পৰ প্ৰসাৰ আৰু মহিলাসকলৰ উপাৰ্জন বৃদ্ধিৰ বাবে জিলা প্ৰশাসনে আন এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। মাননীয় জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে ভকত চাপৰি অঞ্চলৰ পি জি (Producer Group) গোটসমূহক আগন্তুক দুৰ্গাপূজাৰ পূৰ্বেই আৰম্ভ হ’বলগীয়া মুখাশিল্প (Mask Making) প্ৰশিক্ষণত আগভাগ ল’বলৈ আহ্বান জনায়।
অৰণ্য মানৱ পদ্মশ্রী যাদৱ পায়েং অসুস্থ: যোৱা নিশা যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভর্তি কৰে যাদৱ পায়েঙক। বর্তমান চিকিৎসা মহাবিদ্যালয়ৰ ICU ত চিকিৎসাধীন ---
সুপ্ৰভাত ---
এতিয়াৰ পৰা গজমিত্ৰসকলে পূৰ্বৰ ৫০০ টকাৰ সলনি ১০০০ টকাকৈ লাভ কৰিব--
মাজুলীত নৱম ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন ---
যোৰহাটত কেন্দ্ৰীয় মন্ত্ৰী  পবিত্ৰ মাৰ্ঘেৰিটাৰ ভাগৱত পাঠ ---
মানৱ অধিকাৰ উ*লং*ঘা*ৰ  কথা কোৱাতেই খ*ঙ*ত অ*গ্নি*শ*ৰ্মা স্বয়ম্ভু সাংবাদিক অসীম দত্ত ----
📌মাজুলীত মৰেল পুলিচিংৰ ঘটনা :  
📌পংকজ দত্তৰ ঘৰত চুৰৰ সন্দেহত ভাস্কৰক  সয়ম্ভু সাংবাদিক অসীম দত্তই মা*ৰ*পি*ট   সং*ঘ*টি*ত কৰাক লৈ  গ*ৰ*জি উঠিল মাজুলী জিলা মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ  শইকীয়া ---
<nis:link nis:type=tag nis:id=humanrights nis:value=humanrights nis:enabled=true nis:link/>
মাজুলী আৰক্ষীৰ কৃতিত্ব 

জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ)-এ অসাধাৰণ কৃতিত্বপূৰ্ণ সেৱাৰ স্বীকৃতিস্বৰূপে ২০২৬ বৰ্ষৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ প্ৰশংসাসূচক ৰূপৰ পদক (DGP’s Commendation Medal – Silver) লাভ কৰিছে।
মাজুলীত আইন শৃংখলাৰ দিশত সাহসী আৰু সততাৰে সেৱা কৰা দুয়োগৰাকী 
 সাহসী আৰক্ষী বিষয়ালৈ মাজুলীৰ সংবাদৰ পৰাও অভিনন্দন  জনালোঁ
মাজুলীত ব্ৰহ্মপুত্ৰ চাপৰিত অবৈধ্য ভাৱে চলিছে বালি মাটি খনন কাৰ্য : বনকৰ্মীৰ নাকৰ তলতে  মাটি কাটি তহিলং কৰাৰ গুৰুতৰ অভিযোগ  ----
লক্ষিমপুৰৰ বাস্তৱিকা নাথৰ
(৬ বছৰীয়া) সুন্দৰ পৰিৱেশন ------
📌পংকজ দত্তৰ ঘৰত হোৱা চুৰি কা*ৰ্যৰ স*ন্দে*হ*ত গৃহস্থই আৰক্ষীক চমজাই দিয়া ভাস্কৰক পি*টি*ব*লৈ উচতনি দিয়াৰ 
📌অ*ভি*যো*গ অসীম দত্তৰ বি*ৰু*দ্ধে  -----
সয়ম্ভু সাংবাদিক অসীম দত্তৰ উ*চ*ত*নি*ত যদি চু*ৰ ভাস্কৰৰ কিবা অ*না*কাং*ক্ষি*ত অ*ঘ*ট*ন হ'ল হেতেন তাৰ বাবে দা*য়ী কোন হ'ল হেতেন প্ৰ*শ্ন সচেতন মহলৰ ---
📌অসীম দত্তই উ*চ*ত*নি কি বুলি দিছিল শুনক অসীম দত্তৰ মুখেৰেই ----
<nis:link nis:type=tag nis:id=hilight nis:value=hilight nis:enabled=true nis:link/> মাজুলীৰ সংবাদ -Majulir Sangbad
📌কাকৰিকটা বিল খনৰ ওপৰত হস্তক্ষেপ আদি এলেঙি সত্ৰৰ - অভিযোগ মাজুলী জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ ----
📌বিল আৰু পানী নিদিওঁ জীৱন দিম - বিকাশ দাস ( সভাপতি। অনুসূচিত জাতি ছাত্ৰ সন্থা)
<nis:link nis:type=tag nis:id=hilight nis:value=hilight nis:enabled=true nis:link/>
৩ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হব
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ---
📌উজনী মাজুলী শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত পোষণ মাহৰ লগত সংগতি ৰাখি *"পুষ্টিৰ নৌকা" শীৰ্ষক* কাৰ্যসূচী

📌নৱম ৰাষ্ট্ৰীয় পোষণ মাহৰ লগত সংগতি ৰাখি উজনি মাজুলীত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য।  নৌকাত ভাঁহি আহিল পুষ্টিৰ বাৰ্তা।

📌উজনি মাজুলী শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত  বনৰীয়া চাপৰি নৈ ঘাটত ৰূপায়ণ কৰা হয় "পুষ্টিৰ নৌকা" শীৰ্ষক এক অভিনৱ কাৰ্যসূচী। 

📌দুৰ্গম চাপৰি অঞ্চল, য'ত কেৱল নৌকাৰেহে যাতায়ত কৰিব পাৰি, তেনে অঞ্চলৰ ৰাইজৰ মাজত পুষ্টিৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ হৈছে
'সৰহদ'ৰ উদ্যোগ : পুণেত নামঘৰ প্ৰতিষ্ঠা কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ সৰ্বভাৰতীয় পৰ্যায়ত প্ৰসাৰৰ আহ্বান ◼️‘নামঘৰত সৎ কথা, সৎ চিন্তা, সৎ আলোচনা, সৎ ভাৱনা আৰু সৎ সংগ নিহিত হৈ আছে’ - ড° পীতাম্বৰ দেৱ গোস্বামী
📌হেঙুল-হাইতালৰ ৰঙেৰে সাঁচিপাতত ৰাজ্য বাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবি আঁকিলে চিত্ৰ  শিল্পী জুলি বৰুৱাই---
📌সাঁচিপাতত জীয়াই থাকিব জুবিন গাৰ্গ 
📌এয়া কেৱল এখন ছবি নহয়, এয়া হৈছে অসমীয়া জাতিয়ে হেৰুওৱা এজন প্ৰাণৰ শিল্পীক শতিকা পুৰণি পৰম্পৰাৰে দিয়া এক অনন্য শ্ৰ*দ্ধা*ঞ্জ*লি------
<nis:link nis:type=tag nis:id=justicfor nis:value=justicfor nis:enabled=true nis:link/>  Zubeen Garg <nis:link nis:type=tag nis:id=highlightseveryone nis:value=highlightseveryone nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=hilightsfolowers nis:value=hilightsfolowers nis:enabled=true nis:link/>
মাজুলী জিলা মহিলা সমিতিৰ পঞ্চদশ অধিৱেশন সম্পন্ন:  বিষয় - বাচনি সভাত ৰূবী শইকীয়াক সভানেত্ৰী আৰু নিতুল হাজৰিকাক সম্পাদিকা নিৰ্বাচিত: বৃহৎ মুকলি সভা: ২৫ গৰাকী প্ৰতিষ্ঠাপকক সম্বৰ্ধনা: অঙ্গনা উন্মোচন 
২৭ছেপ্তম্বৰত অনুষ্ঠিত হৈছিল এই অধিৱেশন----
 নামনি মাজুলী আঞ্চলিক মহিলা সমিতিৰ সহযোগত বালিচাপৰি মিলিত কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত  দিনজোৰা কাৰ্যসূচীৰে উক্ত অধিৱেশনখনত  মাজুলীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শাখা সমিতি, আঞ্চলিক সমিতিৰ কেইবাশতাধিক মহিলাই অংশগ্ৰহণ কৰে----
মাজুলীৰ পথ সুৰক্ষা ব্যৱস্থা সুদৃঢ় কৰা আৰু পথ দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে, ২৯ ছেপ্টেম্বৰত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত ছেপ্টেম্বৰ মাহৰ জিলা পথ সুৰক্ষা সমিতিৰ (District Road Safety Committee - DRSC) গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

​মাজুলীৰ জিলা আয়ুক্ত শ্ৰী ৰাতুল চন্দ্ৰ পাঠক, ACS মহোদয়ৰ সভাপতিত্বত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক সোমালীন শুভদৰ্শিনী, IPS মহোদয়াৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ সামগ্ৰিক পথ সুৰক্ষা ব্যৱস্থা আৰু শেহতীয়া চৰকাৰী নিৰ্দেশনাসমূহৰ ৰূপায়ণ সন্দৰ্ভত বিতং পৰ্যালোচনা কৰা হয়।
​বৈঠকত গ্ৰহণ কৰা মূল সিদ্ধান্ত আৰু নিৰ্দেশনাসমূহ:

​মহাবিদ্যালয় আৰু স্পৰ্শকাতৰ স্থানত নাকা চেকিং: বিশেষকৈ মহাবিদ্যালয়সমূহৰ সন্মুখত আৰু জিলাখনৰ যিকোনো সম্ভাব্য স্থানত হঠাৎ নাকা চেকিং চলোৱা হ'ব, যাতে ছাত্ৰ-ছাত্ৰী আৰু যুৱ প্ৰজন্মৰ মাজত যান-বাহন আইনৰ কঠোৰ পালন সুনিশ্চিত হয়।

​কঠোৰ আইনী ব্যৱস্থা: হেলমেটবিহীন বাইক চালক, তীব্ৰ বেগত বাহন চলোৱা (Over-speeding) আৰু উশৃংখল চালকৰ বিৰুদ্ধে পৰিবহণ আৰু আৰক্ষী বিভাগক 'শূন্য সহনশীলতা' (Zero Tolerance) নীতি গ্ৰহণ কৰি জৰিমনা তথা দৃষ্টান্তমূলক আইনী ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া হয়।

PM Rahat ​কেচলেচ চিকিৎসা সেৱা (Cashless Treatment): পথ দুৰ্ঘটনাত পতিত ব্যক্তিসকলৰ প্ৰাণ ৰক্ষাৰ স্বাৰ্থত চৰকাৰী আঁচনিৰ অধীনত ১ লাখ ৫০ হাজাৰ টকা পৰ্যন্ত তাৎক্ষণিক নগদবিহীন চিকিৎসা (Cashless Treatment) সেৱাৰ সুবিধা সঠিকভাৱে কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

​হিট এণ্ড ৰান (Hit and Run) ক্ষতিপূৰণ: 'হিট এণ্ড ৰান' দুৰ্ঘটনাত আক্ৰান্ত ভুক্তভোগী অথবা নিহতসকলৰ পৰিয়ালে যাতে চৰকাৰী সাহায্য আৰু ক্ষতিপূৰণৰ ধন কোনো অসুবিধা নোহোৱাকৈ লাভ কৰে, সেই সন্দৰ্ভত ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়া হয়।

​উক্ত বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত অপৰূপা বৰগোহাঁই, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজশ্ৰী ধনদিয়া, সহকাৰী আয়ুক্ত দীপ্তিমণি টায়ে, সহকাৰী আয়ুক্ত অনুৰাগ প্ৰীতম বৰবৰা, মাজুলী আৰু উজনি মাজুলী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াদ্বয় আৰু জিলা প্ৰশাসন তথা সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।
নৱম ৰাষ্ট্ৰীয় পোষণ মাহ’-২০২৬* লগত সংগতি ৰাখি কালি  মাজুলী শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ ৰাৱনাপাৰ চক্ৰৰ ডেকাশেনচোৱা আদৰ্শ অংগনাবাড়ী কেন্দ্ৰত 'পোষণ মেলা' আৰু সম্প্ৰদায় ভিত্তিক অনুষ্ঠান (CBE)* *অন্নপ্ৰাশন* অনুষ্ঠিত কৰাৰ লগতে পোষণ মাহ-২৬  উদযাপনৰ এইবাৰৰ মূল বিষয়বস্তুৰ ওপৰত কেইবাটাও কাৰ্যসূচী  অনুষ্ঠিত  হয়-----
মাজুলীত অন কেমেৰা লাঠিৰে এজন যুৱকে আন এজন যুৱকক মা*ৰ*পি*ত কৰা কাৰ্যত  কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি যুৱ সাহিত্যিক ৰূপজ্যোতি দত্ত কোচৰ প্ৰ*তি*ক্ৰি*য়া-----
📌পংকজ দত্তৰ ঘৰত চোৰ সোমোৱাৰ আঁৰত কি? অসীম দত্ত নামৰ যুৱক জনৰ কথা কিয় গভাইত চুৰ ভাস্কৰৰ মুখত --- 

📌চুৰ ভাস্কৰে কিয় বাৰে বাৰে নাম লৈছিল অসীম দত্তৰ ---

 
📌 চুৰ ভাস্কৰ আৰু সয়ম্ভু সাংবাদিক  অসীম দত্তৰ মাজত পূৰ্বৰে পৰা চিনাকি আছিল নেকি?  কিছুদিন আগতে সয়ম্ভু অসীম দত্তই ভাস্কৰৰ পৰা এটা লেপটপ বিচাৰিছিল বুলি ৰাজহুৱাকৈ জনাইছে ভাস্কৰে। কেতিয়া বিচাৰিছিল, কিয় বিচাৰিছিল - তাক লৈ এতিয়া প্ৰশ্ন 

📌সয়ম্ভু সাংবাদিক অসীম দত্তক সন্মুখত পায় চুৰ ভাস্কৰে  গাৰ্লফ্ৰেণ্ডৰ প্ৰসংগ ওলোৱাই 'তুমি মোৰ গাৰ্লফ্ৰেণ্ডকো ভাল পাইছিলা বুলি কোৱাৰ   লগে লগে সয়ম্ভু অসীম দত্তই  বাঁহৰ হেঁঙাৰে চুৰ ভাস্কৰ ক এটা প্ৰকাণ্ড  কোবা সুধাই ---
📌এতিয়া প্ৰশ্ন হয় - এয়া সাধাৰণ চুৰি নে ব্যক্তিগত খঙৰ প্ৰ*তি*শো*ধ? চুৰৰ লগত সয়ম্ভু সাংবাদিক  অসীম দত্তৰ প্ৰকৃত সম্পৰ্ক কি? লেপটপ বিচৰাৰ ঘটনাৰ লগত এই চুৰিৰ কিবা সংযোগ আছে নেকি?
📌সকলোখিনি বিষয় আৰক্ষীৰ সঠিক তদন্তত হে পোহৰলৈ আহিব---
এই বাতৰিৰ বাবে জগৰীয়া নহয় মাজুলীৰ সংবাদ ---
📌চুৰৰ পক্ষত আমি নাই, কিন্তু প্ৰকৃত সত্য উদ্ধাৰৰ বাবে বাতৰিটো প্ৰকাশ কৰা হৈছে 
📌আৰক্ষীয়ে তন্নতন্নকৈ পৰীক্ষা কৰিলে উলাব উৰহি গছৰ ওৰ ---
💥পুনৰাই কওঁ এই বাতৰিৰ সত্যতা কেৱল আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব ---
<nis:link nis:type=tag nis:id=highlightseveryone nis:value=highlightseveryone nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> মাজুলীৰ সংবাদ -Majulir Sangbad
📌 জুবিন গাৰ্গৰ দুই PSO নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন লাভ।
📌আয় বৰ্হিভূত সম্পত্তিৰ গো*চ*ৰ*ৰ স*ন্দ*ৰ্ভ*ত জা*মি*ন লাভ দুই দেহৰক্ষীৰ--=
📌জামিন পালেও মুকলি আকাশৰ তললৈ আহিব নোৱাৰে দুই দেহৰক্ষী---
📌জুবিন হ*ত্যা*ৰ গোচৰত কা*ৰা*ৰু*দ্ধ হৈ থাকিব  দুই দেহৰক্ষী----
শংকৰদেৱ শিশু বিদ্যা নিকেতন ৰতনপুৰ মিৰি নয়াবজাৰত  নমামি ভাৰত উৎসৱ পালন--
মাজুলীত বিশ্ব জলাতংক দিৱস পালন

জলাতংক ৰোগ মুক্ত কৰাৰ প্ৰচেষ্টা 

গৰাকী বিহীন কুকুৰক জলাতংক ৰোগৰ টিকা প্ৰদান ----