Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

হাজো: হাজোৰ তলিয়াত শিল্পী জুবিন গাৰ্গক লৈ অশালীন মন্তব্য,হাজো আৰক্ষী থানাত ২জন যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল স্থানীয় ৰাইজৰ

Hajo, Kamrup | Sep 27, 2025
হাজোৰ তলিয়াত জনতাৰ শিল্পী জুবিন গাৰ্গক লৈ অশালীন মন্তব্য। শনিবাৰে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল স্থানীয় ৰাইজৰ। জুবিন গাৰ্গ সম্পৰ্কে বিৰূপ মন্তব্য কৰি ৰাইজৰ ৰোষত যুৱক । বিশ্বজিৎ ডেকা আৰু ধৰ্মেন্দ্ৰ ডেকাৰ বিৰুদ্ধে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল স্থানীয় ৰাইজৰ।