Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

হাজো: আজি মহা-অষ্টমী হাজো বৰম্বৈ পূজা মণ্ডপত আৰম্ভ সন্ধি পূজা,শতাধিক ভক্তই কৰিলে সন্ধি পূজা

Hajo, Kamrup | Sep 30, 2025
আজি মহা-অষ্টমী। শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দূর্গাৰ বা বন্দনাৰে মুখৰিত প্ৰতি খন পূজা মণ্ডপ। মহা অষ্টমী উপলক্ষে প্ৰতিখন পূজা মণ্ডপত আৰম্ভ হৈছে সন্ধিপূজা। মঙলবাৰে হাজো বৰম্বৈ পূজা মণ্ডপতো আৰম্ভ সন্ধি পূজা।শতাধিক ভক্তই কৰিলে সন্ধি পূজা