*slug:-গহপুৰত মন্ত্ৰী ৰনোজ পেগু#৯৭ গৰাকী ব্যক্তিক ভূমি পত্ৰ বিতৰন*
Anchor:- বন অধিকাৰ আইন, ২০০৬ৰ অধীনত যোগ্য হিতাধিকাৰীসকলক ভূমি স্বত্ব প্ৰদানৰ উদ্দেশ্যে গহপুৰ কনকলতা ভৱনত অনুষ্ঠিত হয় ভূমি পত্ৰ বিতৰনি সভা। বনাঞ্চলত বসবাস কৰি অহা আৰু আইন অনুসৰি যোগ্যতা অৰ্জন কৰা লোকসকলৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকৰে ৷
সেই উদ্দেশ্য গহপুৰ কনকলতা ভৱনত আয়োজিত সভাত উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা আৰু ভৈয়াম জনজাতি মন্ত্ৰী ডাঃ ৰণোজ পেগু ৷ মন্ত্ৰী গৰাকীয়ে বিশ্বনাথ জিলাৰ ৯৭ জন হিতাধিকাৰীক ভূমি প্ৰত্ৰা বিতৰন কৰে ৷
উক্ত অনুষ্ঠানটোত গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা, বিহালী বিধায়ক মুনিন্দ্ৰ দাস আৰু বিশ্বনাথ আয়ুক্ত,গহপুৰ সম-জিলাৰ আয়ুক্তকে ধৰি বহু কেইজন বিষয় ববিয়া উপস্থিত থাকে ।
সভাৰ অন্তত সাংবাদিকৰে হোৱা কথা বাৰ্তাত MBBS ৰ পাঠ্যক্ৰমৰ মাছুল বৃদ্ধি আৰু মিছিং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ সম্পৰ্কত মন্তব্য কৰে৷
#public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7