Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

ওদালগুৰি: ওদালগুৰি ষ্টেডিয়ামত সৰ্বভাৰতীয় বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল:উদ্বোধনী খেলত কোকৰাঝাৰ ৪-১ গ'লত বিজয়ী

Udalguri, Udalguri | Nov 25, 2025
আজিৰে পৰা ওদালগুৰি ষ্টেডিয়ামত ৩১ সংখ্যক সৰ্বভাৰতীয় ইউ এন ব্ৰহ্ম সোঁৱৰণী স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী খেলত কোকৰাঝাৰৰ বাৰহুংখা এথলেটিকচ ক্লাবে হৰিশিঙা আঞ্চলিক ক্ৰীড়া সংস্হাক৪-১গলৰ ব্যৱধানত পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে।তীব্ৰ উত্তেজনা পূৰ্ণ খেল খনৰ প্ৰথমাৰ্ধৰ৩৬মিনিটত বাৰহুংখা ক্লাবৰ ষ্ট্ৰাইকাৰ কংকন ৰাভাই প্ৰথমটো গ'ল স্ক'ৰ কৰে।ইয়াৰ পিছতেই বাৰহুংখা ক্লাবৰ সুশান্ত নাৰ্জাৰীয়ে ৪৩ মিনিটত এটা, খেলৰ দ্বিতীয়াৰ্ধৰ ৬৭আৰু ৬৮মিনিটত বিপুল বড়োই দুটাকৈ গল দিয়ে

MORE NEWS

ক্ষুদ্ৰ মুখাৰে বিশ্ব অভিলেখ গঢ়িলে ওদালগুৰিৰ কণজিৎ মেধিয়ে। Book of World Records-ত কণজিৎ মেধিৰ নাম। মাত্ৰ ১.৪ চেণ্টিমিটাৰৰ পৰম্পৰাগত মুখাৰে গেলাবিলৰ পৰা বিশ্বলৈ গৌৰৱ কঢ়িয়ালে ১৭ বছৰীয়া কণজিৎ মেধিয়ে।

Udalguri, Udalguri | Aug 16, 2026

ওদালগুৰিৰ যুৱক-আৰক্ষী বিষয়া নৱজিৎ দাসৰ মৃত্যুৰ তদন্তৰ দাবী ওদালগুৰিৰ ৰাইজৰ। সমগ্ৰ ঘটনাটোকলৈ সন্দেহৰ সৃষ্টি। ঘটনাত ড্ৰাগছ ব্যৱসায়ী জড়িত থকাৰ সন্দেহ।

ওদালগুৰিৰ যুৱক-আৰক্ষী বিষয়া নৱজিৎ দাসৰ মৃত্যুৰ তদন্তৰ দাবী ওদালগুৰিৰ ৰাইজৰ। সমগ্ৰ ঘটনাটোকলৈ সন্দেহৰ সৃষ্টি। ঘটনাত ড্ৰাগছ ব্যৱসায়ী জড়িত থকাৰ সন্দেহ।

Udalguri, Udalguri | Aug 16, 2026

উজনি অসমৰ বানবিধ্বস্ত গাঁৱত ২০০ জনীয়া এবছুৰ দল। ঘৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি বানত বিধ্বস্ত ঘৰসমূহ পুনৰ বাসোপযোগী হোৱাকৈ চাফ-চিকুণ কৰাৰ কামত ব্যস্ত এবছুৰ কৰ্মীসকল। ওদালগুৰিৰ লগতে সমগ্ৰ অসমৰ পৰা শিৱসাগৰলৈ গৈ বানপীড়িতৰ কাষত ঠিয় দিছে এবছুৰ কৰ্মী সকল।

All Bodo Students Union - ABSU
#ABSU

উজনি অসমৰ বানবিধ্বস্ত গাঁৱত ২০০ জনীয়া এবছুৰ দল। ঘৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি বানত বিধ্বস্ত ঘৰসমূহ পুনৰ বাসোপযোগী হোৱাকৈ চাফ-চিকুণ কৰাৰ কামত ব্যস্ত এবছুৰ কৰ্মীসকল। ওদালগুৰিৰ লগতে সমগ্ৰ অসমৰ পৰা শিৱসাগৰলৈ গৈ বানপীড়িতৰ কাষত ঠিয় দিছে এবছুৰ কৰ্মী সকল। All Bodo Students Union - ABSU #ABSU

Udalguri, Udalguri | Aug 16, 2026

আৰক্ষী বিষয়া নৱজিৎ দাসৰ মৃ*ত্যুৰ ঘটনাৰ প্ৰকৃত সত্য উদঘাটনৰ বাবে ন্যায়িক তদন্তৰ দাবী  পৰিয়াল আৰু ৰাইজৰ। কৰ্তব্যৰত অৱস্থাত বাহনৰ খুন্দাত মৃ*ত্যু হোৱা আৰক্ষী বিষয়া নৱজিৎ দাসৰ নশ্বৰ*দেহ আজি ওদালগুৰিৰ বাসগৃহত আহি পোৱাৰ পিছতে শোকত ভাগি পৰে সকলো। ঘটনাৰ ন্যায়িক তদন্তৰ জৰিয়তে প্ৰকৃত সত্য পোহৰলৈ অনাৰ দাবী পৰিয়াল আৰু ৰাইজৰ ।

Udalguri, Udalguri | Aug 15, 2026

বাবু ইমান সোনকালে মোক এৰি কিয় গলা? মই কি ভুল কৰিলোঁ। কৰ্তব্যত গৈ  ঘৰলৈ নশ্বৰ*দেহ হৈ উভতি অহা আৰক্ষী বিষয়া নৱজিৎ দাসক সাৱতি আত্মীয়ৰ হিয়া ভঙা কান্দোন। ওদালগুৰিৰ যুৱক - আৰক্ষী বিষয়া নৱজিৎ দাসৰ নশ্বৰ*দেহ আজি বাসগৃহত উপস্থিত হোৱাৰ পিছতে কান্দো*নত ভাগি পৰিল মাতৃ, পত্নী, আত্মীয়-স্বজন। পিতৃহাৰা হ’ল তিনি বছৰীয়া কণমানিটি। কৰ্তব্যৰত অৱস্থাত বাহনৰ খুন্দাত কৰু*ণ মৃ*ত্যু হৈছিল আৰক্ষী বিষয়াজনৰ।