Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

জলহ ভাগ: ভাৰতীয় জনতা পাৰ্টী বাক্সা জিলাৰ প্ৰাক্তন সভাপতি দীনেশ বসু নৱ নিযুক্ত সভাপতি ৰিদীপ কুমাৰ ডেকাক দায়িত্বভাৰ অৰ্পণ

Jalah Part, Baksa | Oct 13, 2025
ভাৰতীয় জনতা পাৰ্টী বাক্সা জিলাৰ প্ৰাক্তন সভাপতি দীনেশ বসু নৱ নিযুক্ত সভাপতি ৰিদীপ কুমাৰ ডেকাক দায়িত্বভাৰ অৰ্পণ। কাৰ্যসূচীত উপস্থিত থাকে প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা ৰাজ্যিক উপ সভানেত্ৰী তথা বাগানপাৰা পৰিষদীয় সমষ্টিৰ পাৰিষদ ৰেখা ৰাণী দাস, ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ , প্ৰাক্তন ইএম গৌতম দাস।