Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

জলহ ভাগ: বেগম আখতাৰ আহমেদক ইএম হিচাপে নিযুক্তি প্ৰদান কৰাত ধন্যবাদ জ্ঞাপন কৰে হাগ্ৰামা মুহিলাৰীক

Jalah Part, Baksa | Oct 14, 2025
বিটিচি প্ৰধান হাগ্ৰামা মুহিলাৰীৰ নেতৃত্বতধীন চৰকাৰৰ ২০ নং মথনগুৰী পৰষদীয় সমষ্টিৰ নৱ নিৰ্বাচিত এমছিএলএ বেগম আখতাৰা আহমেদক ইএম হিচাপে নিযুক্তি প্ৰদান কৰা বাবে বিপিএফৰ যুৱনেতা শাজাহান আলী আহমেদে বিপিএফ প্ৰধান হাগ্ৰামা মুহিলাৰীক ধন্যবাদ জ্ঞাপন কৰে।