♦️চৰাইদেউত স্বাধীনতা দিৱসৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া: 'শান্তিপূৰ্ণ উদযাপনৰ বাবে আৰক্ষী সাজু' — এছ পি সুৰজিত সিং পানেছৰ
♦️ৰাষ্ট্ৰীয় পতাকাক চালাম: চৰাইদেউ জিলা আৰক্ষীৰ উদ্যোগত সোণাৰিত বৰ্ণাঢ্য ত্ৰিৰংগা পদযাত্ৰা
♦️জনতা আৰু আৰক্ষীৰ অভূতপূৰ্ব উৎসাহ: ত্ৰিৰংগাৰে উত্তাল হৈ পৰিল সোণাৰি নগৰৰ ৰাজপথ
Sonari, Charaideo | Aug 14, 2026