Public App Logo
"মই মোৰ ডিগ্ৰী দেখুৱাই দিম। কিন্তু দেশৰ মানুহে যদি আপোনাৰ PawPaw-ৰ ডিগ্ৰী বিচাৰিবলৈ আৰম্ভ কৰে, তেতিয়া কি হ’ব?” — অভিজিৎ দীপকে Boston Universityৰ ডিগ্ৰীক লৈ উঠা অভিযোগৰ প্ৰত্যুত্তৰত অভিজিৎ দীপকে কয়, তেওঁৰ ওচৰত ডিগ্ৰী আৰু scholarship letter-সহ সকলো নথি আছে। লগতে তেওঁ দাবী কৰে, তেওঁৰ ডিগ্ৰী বিচৰা লোকসকলেও নিজৰ PawPaw-ৰ শিক্ষাগত যোগ্যতা লৈ প্ৰশ্নৰ সন্মুখীন হ’ব পাৰে। #NewzNow #AbhijeetDipke #CJP #BostonUniversity #Degree #Education #PoliticalDebate #FactCheck #IndiaNews - Assam News