Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
assamfocus
বিশ্বৰ গতিশীল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন আৰু তেওঁৰ ২৫ বছৰীয়া সফল কাৰ্যকালৰ বাবে গোটেই অসমত অসমত সেৱা সংকল্প অভিযান পালন কৰাৰ সময়ত আজি তেজপুৰ চলমাৰা স্থিত এক নং কেন্দ্ৰীয় বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়।
Assam, India
| Oct 4, 2026
MORE NEWS
ইটোৰ পিছত সিটো বিপদে আগুৰি ধৰিছে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক। গ্ৰেপ্তাৰ হ’ব নেকি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ? SIR বিতৰ্কৰ মাজতে জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কেৰালমত ২০ বছৰ পুৰণি গোচৰৰ পুনৰ তদন্ত।
Assam, India | Oct 4, 2026
সুবিধা বাঢ়িল, খেলৰ পৰিসৰো বাঢ়িল, তথাপি কিয় নাবাঢ়িল ভাৰতৰ সোণৰ পদক? এছিয়ান গেমছত ভাৰতৰ অভিযানৰ হতাশাজনক সামৰণি! ১০৬ৰ পৰা ৮৫লৈ হ্ৰাস পালে এছিয়ান গেমছত ভাৰতৰ পদকৰ সংখ্যা। ইফালে, ২৪ বছৰৰ পাছত পুৰুষক অতিক্ৰম কৰি ভাৰতীয় কন্যাৰ ঐতিহাসিক সাফল্য।
Assam, India | Oct 4, 2026
‘জ্ঞানেশ কুমাৰ BJPৰ অস্ত্ৰ।’ মুম্বাইত SIRক লৈ বিৰোধীৰ গৰ্জন। উদ্ধৱ–ৰাজ থাকৰেৰ নেতৃত্বত হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ। মহাৰাষ্ট্ৰত SIR বাতিল, EVM বন্ধ কৰি বেলট পেপাৰৰ দাবী ৰাজ থাকৰেৰ।
Assam, India | Oct 4, 2026
"১০ অক্টোবৰত যন্তৰ মন্তৰলৈ আহক।" দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰৰ পৰা নতুন দিল্লীৰ যন্তৰ মন্তৰত ক'কৰোচ জনতা পাৰ্টিৰ উদ্যোগত হ'ব প্ৰতিবাদ। শান্তিপূৰ্ণ প্ৰতিবাদত অংশ ল'বলৈ সকলোকে আহ্বান CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ।
Assam, India | Oct 4, 2026
ওৰাঙৰ এখন চেলুনত আমোদজনক ঘটনা কাহিনী হৈছে৷২০টকাত এজন ব্যক্তি আধা চুলি কাটি দিয়ে
Assam, India | Oct 4, 2026
সন্মূখত সনাতন ধৰ্মৰ ভক্তি- উপাসনাৰ পৱিত্ৰ এটি ঐতিহাসিক হনুমান মন্দিৰ। কাষত এখন বিদ্যাৰ আলয়।
Assam, India | Oct 4, 2026
ওদালগুৰিৰ পানেৰীত তেলপামৰ আনুষ্ঠানিক ৰোপণ কাৰ্যসূচী শুভাৰম্ভনি কৰে বিটিচিৰ উপমুখ্য কাৰ্যবাহী সদস্য,বিধায়ক ৰিহন দৈমাৰী,
Assam, India | Oct 4, 2026
**সদৌ অসম বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ ৩৮ সংখ্যক আৰু সদৌ কাৰ্বি আংলং জিলা বড়ো প্ৰাথমিক শিক্ষক সন্থা'ৰ ৪৫ সংখ্যক বছৰেকীয়া অধিৱেশনৰ ব্যাপক প্ৰস্তুতি*
Assam, India | Oct 4, 2026