Public App Logo
Profile Picture

@Assam Focus; Santali News

@assamfocus
1374Followers
5Following
ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সজাগতা সভাত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ অংশগ্ৰহন।।
সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰৌতা ৰঙ্গ মঞ্চত স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন
অসম আৰু নেপালত হোৱা জল প্ৰলয়ত নিহত সকললৈ ভাতৃত্ববোধ সমন্বয় সমিতি দ্বাৰা শ্ৰদ্ধাঞ্জলি আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা সভা সম্পন্ন খাউৰাঙত
নলবাৰীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি, উপস্থিত গৰিমা গাৰ্গ*

নলবাৰীৰ খাটকটৰা চকত অসমৰ প্ৰথমটো জুবিন গাৰ্গ স্মৃতি সৌধৰ এটা বছৰ পূৰ্ণ হোৱা উপলক্ষে আজি এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।
সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰৌতা ৰঙ্গ মঞ্চত স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন
*যোৰহাট মেডিকেল কলেজৰ ICUত অৰণ্যমানৱ যাদৱ পায়েং*

*(স্বাস্থ্যৰ বুজ ললে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই)*
চিচিবৰগাঁৱত সমজিলা আয়ুক্ত কাৰ্যালয় স্থাপনৰ দাবীত অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী। ষষ্ঠ দিনত ভৰি দিলে চিচিবৰগাওঁৰ আন্দোলনে । লেপ তুলি  ৰাষ্টাত লৈ পথ  অবৰোধেৰে চক্ৰ বিষয়া কাৰ্যালয় ঘেৰাও স্থানীয় ৰাইজৰ।
সৰ্বভাৰতীয় বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতা শুভাৰম্ভণি 
উদ্বোধনী খেলত ভাৰতীয় ৰিজাৰ্ভ বেংক , মুম্বাইৰ বিজয়ী
=নগাঁৱৰ ফুলগুৰিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত চি পি আই(এম এল)ৰ নিৰ্বাচনী প্ৰচাৰ
ৰঙিয়াত মহাত্মা গান্ধীৰ ১৫৭ সংখ্যক জন্ম জয়ন্তী উদযাপন 

আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৭ সংখ্যক জন্ম জয়ন্তী। এই  উপলক্ষে  ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয় প্ৰাংগণত এক বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
ওদালগুৰিত ‘সেৱা সংকল্প অভিযান’ৰ অধীনত সামূহিক  গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ
গেৰুৱা বগৰিগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ঊষাৰাণী বায়নক বিপুলভাৱে বিদায় সম্বৰ্ধনা
নগাঁৱৰ কুজিদাঁহত পবিত্ৰ গান্ধী জয়ন্তীত মহিয়সী নাৰী আই পদ্মপ্ৰিয়াৰ জীৱনভিত্তিক তথ্যচিত্ৰ উন্মোচন
হাওৰাঘাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বিতীয় বাৰ্ষিক কেন্দ্ৰীয় ক্ৰীড়া সমাৰোহৰ পূৰ্ণাংগ আদৰণি সমিতি গঠন
👉   যেতিয়াই নিৰ্বাচন আহে তেতিয়াই গৌৰৱ গগৈ আৰু ৰাহুল গান্ধীয়ে জে'লৰ কথা চিন্তা কৰে  
👉   মই নিৰ্বাচনৰ কথা চিন্তা কৰোঁ 
👉   কাৰণ জে'লৰ কয়দীয়ে  ভোট নিদিয়ে নহয় 
👉   ভোট দিব মানুহে 
👉ক'ব লাগে উন্নয়নৰ কথা তেওঁলোকে কয় জে'লৰ
নগাঁৱৰ কুজিদাঁহত পবিত্ৰ গান্ধী জয়ন্তীত মহিয়সী নাৰী আই পদ্মপ্ৰিয়াৰ জীৱনভিত্তিক তথ্যচিত্ৰ উন্মোচন
৬৯ নং কলিতাকুছি গাঁও পঞ্চায়ত'ৰ উদ্যোগত গান্ধী জয়ন্তী ও সংস্কাৰ উৎসৱ উপলক্ষে বিশেষ গাঁও সভা সম্পণ্ণ
গোলাঘাটৰ শালিকীহাটৰ প্ৰচাৰবিমুখ-প্ৰবীন লোক সংগীতৰ শিল্পী গগন দুৱৰাঃলোক সংগীত প্ৰচাৰ-প্ৰসাৰ আৰু সংৰক্ষণত ব্যস্ত কেইবাটাও দশকঃ
গাঁৱৰ সৰু প্ৰচেষ্টাৰ পৰা মুম্বাইৰ মঞ্চলৈ অমৃত বিশ্বকৰ্মা
 তিনিটাকৈ সন্মানেৰে উজলিল Technest Learning Instituteৰ যাত্ৰা
*পুণৰ শিৱসাগৰৰ দিখৌ নদীৰ জলপৃষ্ঠ আৰু গতি বৃদ্ধি পৰিস্থিতিক লৈ ৰাইজ আতংকিত*

*
ঢেকীয়াজুলি “আপকু“ৰ উদ্যোগত “প্ৰতিভাধৰৰে বাৰ্তালাপ” শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠানঃঅসম চৰকাৰৰ ত শিল্পী সন্মান প্ৰাপক অগ্ৰজ শিল্পী-কৰ্মোদ্যমী ব্যক্তি  গোপাল কেওঁটৰ আৰু তেখেতৰ সুযোগ্যা  কন্যা তথা প্ৰতিষ্ঠিত যুৱ অভিনেত্ৰী-নৃত্যশিল্পী কংকনা কেওঁটৰ সৈতে অন্তৰঙ্গ কথোপকথনঃ
*যোৰহাটত চাঞ্চল্যকৰ ঘটনা*

*(কৰ্তব্যৰত যান-বাহন আৰক্ষীক সুৰামত্ত ব্যক্তিৰ প্ৰহাৰ)
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ধুবুৰীত আৰএছপি আৰু চি পি আই (এম)-ৰ যৌথ এক ঘণ্টীয়া বিক্ষোভ৷
ওৰাঙৰ চমুৱাগাওঁত 
ৰাজহুৱা কৰম উৎসবত এমচিএলএ শ্যাম চুণ্ডী
সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ওদালগুৰিত স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন