Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

বৰক্ষেত্ৰী: হাৰ্থথ্ৰৱ জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ প্ৰয়াসৰে নপ্তিপাৰাত বন বিভাগৰ সহযোগত গছপুলি ৰোপণ

Barkhetri, Nalbari | Sep 27, 2025
প্ৰাণৰ শিল্পী অসমৰ আবেগ জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰিবৰ বাবেই নলবাৰীত এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ। নলবাৰীৰ নপ্তিপাৰাত ৰাইজে দেখুৱালে এক নিদৰ্শন। প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতিত আজি ৰোপন কৰা হল দুশ জোপা গছপুলি।নাহৰ, বকুল আদিৰে সেউজ কৰি ৰখাৰ প্ৰয়াস জুবিন গাৰ্গক।নলবাৰী জিলাৰ নপ্তিপাৰা গাঁওবাসী আৰু নলবাৰী বন বিভাগৰ সহযোগত আজি নপ্তিপাৰা বাসুদেৱ সত্ৰৰ প্ৰাঙ্গণত ২০০ জোপা নাহৰ আৰু বকুলৰ গছপুলি ৰোপন কৰি স্বাভিমানী অসমীয়া জুবিন গাৰ্গৰ স্মৃতি জীয়াই ৰখাৰ বাৱে এই কাৰ্যসূচী গ্ৰহন কৰে

MORE NEWS