Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
Uttarpradesh

জনীয়াৰ কৰাৰকুৰৰবেকী দল সম্পর্কে প্রাক্তন বিধায়ক তথা সাংসদ আব্দুল খালেকৰ বিশেষ মন্তব্য- " আমি নতুনকৈ দলং নিৰ্মাণ কৰি উদ্বোধন কৰা নাছিলো। বিধায়ক শ্বেৰমান আলী আহমেদে মাত্র মেৰামতি কৰিয়েই উদ্বোধন কৰাক লৈ ব্যস্ত। -আব্দুল খালেক, প্রাক্তন বিধায়ক তথা সাংসদ

Barpeta, Barpeta | Aug 3, 2026

MORE NEWS

📌 'মন্ত্ৰী বিমল বৰা সৰু সৰু মানুহ, মই মুখ্যমন্ত্ৰীৰ লগতহে কথা পাতিম।
📌 মই বাঘ, মেকুৰীৰ ওচৰলৈ নাযাও। মই নাম ল'লেই HERO হৈ যাব বিমল বৰা'।
স্বাধীনতা দিৱসত মন্ত্ৰী বিমল বৰাই আজমলক কৰা সমালোচনাক লৈ প্ৰতিক্ৰিয়া বদৰুদ্দিন আজমলৰ। 

#NewsUpdate #badaruddinajmal #BimalBora #ABCNewsAssam

📌 'মন্ত্ৰী বিমল বৰা সৰু সৰু মানুহ, মই মুখ্যমন্ত্ৰীৰ লগতহে কথা পাতিম। 📌 মই বাঘ, মেকুৰীৰ ওচৰলৈ নাযাও। মই নাম ল'লেই HERO হৈ যাব বিমল বৰা'। স্বাধীনতা দিৱসত মন্ত্ৰী বিমল বৰাই আজমলক কৰা সমালোচনাক লৈ প্ৰতিক্ৰিয়া বদৰুদ্দিন আজমলৰ। #NewsUpdate #badaruddinajmal #BimalBora #ABCNewsAssam

Barpeta, Barpeta | Aug 17, 2026

৮০ তম স্বাধীনতা দিৱস উপলক্ষে পতাকা উত্তোলনৰ পাছত EM বেগম আখতাৰা আহমেদৰ গুৰুত্বপূৰ্ণ ভাষণ | BTC চৰকাৰৰ উন্নয়নমূলক কামৰ খতিয়ান।

৮০ তম স্বাধীনতা দিৱস উপলক্ষে পতাকা উত্তোলনৰ পাছত EM বেগম আখতাৰা আহমেদৰ গুৰুত্বপূৰ্ণ ভাষণ | BTC চৰকাৰৰ উন্নয়নমূলক কামৰ খতিয়ান।

Barpeta, Barpeta | Aug 16, 2026

📌 শালবাৰী মহকুমা প্ৰশাসনৰ উদ্যোগত উলহ-মালহেৰে ৮০ সংখ্যাক স্বাধীনতা দিৱস উদযাপন।
📌 মুখ্য অতিথি হিচাপে বিটিচি চৰকাৰৰ ইএম বেগম আখতাৰা আহমেদ উপস্থিত থাকি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।

#NewsUpdate #IndependenceDay #celebration #Salbari #Baksa #ABCNewsAssam

📌 শালবাৰী মহকুমা প্ৰশাসনৰ উদ্যোগত উলহ-মালহেৰে ৮০ সংখ্যাক স্বাধীনতা দিৱস উদযাপন। 📌 মুখ্য অতিথি হিচাপে বিটিচি চৰকাৰৰ ইএম বেগম আখতাৰা আহমেদ উপস্থিত থাকি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। #NewsUpdate #IndependenceDay #celebration #Salbari #Baksa #ABCNewsAssam

Barpeta, Barpeta | Aug 15, 2026