Public App Logo
Profile Picture

D Public News

@usr33124748
7Followers
0Following
হাজাৰ হাজাৰ লোকৰ উপস্থিতিত জানাজা সম্পন্ন CRPF মিজানুৰ ৰহমানৰ।
বৰপেটাৰ বৰবালাত আঞ্চলিক ট্ৰাক ড্ৰাইভাৰ এছোচিয়েচনৰ কাৰ্যালয় মুকলি।
অসম ক্রিকেটত নতুন দিগন্ত অনুর্ধ্ব-১৯ অসম দলত স্থান লাভকয়াকুছিৰ কমলপুৰ গাঁৱৰ আলহাম রাহিদ
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ চলি থকাৰ মাজতে
নিৰ্বাচন আয়োগৰ বৃহৎ সিদ্ধান্ত
অমিত শাহ, এইবাৰ লাঠিচালনাব নিদর্দশ নিদিব' জুলহিৰ ২০ তাৰিখৰ ভুল পুনৰ কৰিলে আপোনাৰ পদত্যাগ লাগিব'-দীপকে
মিজানুৰ ৰহমান' ব জানাজা নামাজ

সময়- ৰাতিপুৱা 11:00 বজাত স্থান- কয়াকুছি পশু চিকিৎসা কেন্দ্র ফিন্ডত

আল্লাহ তাআলায়ে তেখেতৰ আত্মাক শান্তি প্ৰদান কৰক
BIG BREAKING

CRPF ৰ পৰিদৰ্শক মিজানুৰ ৰহমান ওৰফে মজনু আৰু নাই।
Happy follow-versary to my awesome followers. Thanks for all your support! Jilauddin Ali
বৰপেটাৰ দক্ষিণ কমলপুৰ গাঁৱৰ CRPF ৰ Inspector মিজানুৰ ৰহমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে

তেওঁৰ মৃত্যু হোৱা প্ৰচাৰিত খবৰ মিছা
অসম পুলিচ দিৱসত বৰপেটা জিলাৰ জেষ্ঠ আৰক্ষী অধীক্ষকৰ পৰা প্ৰশংসা পত্ৰ আৰু পদক লাভ কৰে কয়াকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰিন্দম বৰাই।
‘ককৰোচ জনতা পাৰ্টি’ৰ মই নামেই শুনা নাই।
মই ইমানেই জানো, পতিতাচোৰা দেখিলে সকলো সৰু ল’ৰা-ছোৱালীবিলাকে বহুত ভয় খায়।
ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰি পদৰ পৰা অপসাৰণ কৰাৰ দাবীত বৰপেটা জিলা কংগ্ৰেছ কমিটীৰ প্ৰতিবাদী কাৰ্যসূচীত উত্তপ্ত পৰিস্থিতি।
বৰি শাস্ত্ৰীৰ মুখত "জয় আই অসম, জয় জুবিন” ধ্বনি টছৰ সময়ত ক'লে ৰবি শাস্ত্রীয়ে
মুখ্যমন্ত্ৰীৰ কনভয়ব বাবে ১০৮ এম্বুলেন্স ৰখাই থোৱা ঘটনাক লৈ

কাছাৰৰ ৪ আৰক্ষীক নিলম্বন

সামাজিক মাধ্যমত মুখ্যমন্ত্রীয়েও বিচাৰিলে ক্ষমা
দুদিন পূর্বে GOLD MEDAL তাৰ পিছতেই ১২ তলাৰ পৰা পতন! প্ৰাচীৰ মৃত্যুৰ আঁৰত কি
দীর্ঘদিন ধৰি অনৈতিক আৰু অসামাজিক কার্যকলাপত লিপ্ত থকাৰ বাবেই পৰিয়ালে নেল এই সিদ্ধান্ত।
এছিয়ান গেমছৰ  ফাইনেলত প্ৰৱেশ লাভলীনা বৰগোঁহাই
বিশ্বৰ কোটি কোটি মুছলমানৰ বাবে ভাল খবৰ ঈদত চৰকাৰী বন্ধ ঘোষণা কেলিফ'ৰ্নিয়াৰ
ব্ৰেকিং নিউজ ন্যায়াধীশ হ’ল তেজপুৰৰ তামান্না খাতুন অসম ন্যায়িক সেৱাৰ পৰীক্ষাত ১২ সংখ্যক স্থান লাভ
লাভ কৰি তেজপুৰলৈ গৌৰৱ কঢ়িয়াইআনিবলৈ সক্ষম হৈছে তামান্না খাতুনে।
এছিয়ান গেমছৰ ছেমি ফাইনেলত উপনীত লাভলীনা বৰগোঁহাই পদক নিশ্চিত
একাদশ কয়াকুছি গ্রন্থ আৰু বানিজ্য মেলা প্রতিভা সন্ধানী পৰীক্ষা ২০২৬
জেহাদীৰ বিৰুদ্ধে বৰপেটাৰোডত NIA ৰ বৃহৎ অভিযান
গুৱাহাটী মহানগৰীৰ আকাশত আৰু নাথাকিব বৈদ্যুতিক তাঁৰৰ জঞ্জাল

ভুগৰ্ভস্থ কেৰল সংযোগ প্রকল্পত অনুমোদন ১৭৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হব প্রকল্প সামাজিক মাধ্যমযোগে এই কথা জনালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই
নগাঁও উপ-নির্বাচনক লৈ প্ৰফুল্ল কুমাৰ মহন্তৰ খোলাখুলি মন্তব্য –

আজমলক ভোট দিয়াব আহবান
জ্ঞানেশ কুমাৰ পিতৃগৃহত ক'লা আলকাতৰা লগাই "ভোট চোৰ" বুলি লিখা কংগ্ৰেছৰ জিলা সভাপতি মুকেশ ধনকাৰক গ্ৰেপ্তাৰ

ঘটনা সংঘটিত কৰি দিল্লী অভিমুখে পলায়ন কৰাৰ সময়তে মুকেশ ধনকাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে