আমাৰ ৰাইজ সহজ-সৰল।
দুদিন পিছত সকলো পাহৰিৰ। জুৰিন গাৰ্গৰ ঘটনাটো চাওঁক নিৰ্বাচনৰ আগত কিমান আৰেগ দেখিলোঁ, কিন্তু নিৰ্বাচনৰ সময়ত একো নাই।
পগলাৰ কথা এইৰোৰ, গোটেই অসমখনক খান্দি পেলালে, গোটেই অসমখনক খান্দি পেলালেও ব্ৰহ্মপুত্ৰৰ পানী ৰখাৰ নোৱাৰে।
বিধায়ক প্ৰেৰমান আলী আহমেদৰ বিস্ফোৰক মন্ত্য