📌 'মন্ত্ৰী বিমল বৰা সৰু সৰু মানুহ, মই মুখ্যমন্ত্ৰীৰ লগতহে কথা পাতিম।
📌 মই বাঘ, মেকুৰীৰ ওচৰলৈ নাযাও। মই নাম ল'লেই HERO হৈ যাব বিমল বৰা'।
স্বাধীনতা দিৱসত মন্ত্ৰী বিমল বৰাই আজমলক কৰা সমালোচনাক লৈ প্ৰতিক্ৰিয়া বদৰুদ্দিন আজমলৰ।
#NewsUpdate #badaruddinajmal #BimalBora #ABCNewsAssam
Barpeta, Barpeta | Aug 17, 2026