Public App Logo
নিজকে RSSৰ সদস্য বুলি পৰিচয় দি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৩৩৫ ঘন্টাৰ অনশনত বহা হিতেশ্বৰ চক্ৰৱৰ্তীৰ সন্দৰ্ভত স্পষ্টীকৰণ RSSৰ হিতেশ্বৰ চক্ৰৱৰ্তী RSSৰে বৰ্তমান জড়িত নহয় বহু পূৰ্বেই RSSৰ পৰা অব্যাহতি দিয়া হৈছে চক্ৰৱৰ্তীক নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে RSSৰ নাম আৰু বেনাৰ ব্যৱহাৰ কৰাৰ অভিযোগ চক্ৰৱৰ্তীৰ বিৰুদ্ধে - Assam News