Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी

এগৰাকী পৰিশ্ৰমী আত্মনিৰ্ভৰশীল আৰু সফল উদ্যোগী হিচাপে নিজৰ একাগ্ৰতা, অধ্যৱসায় আৰু সৃজনশীলতাৰ জৰিয়তে কুটীৰশিল্পৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে গহপুৰ সম জিলাৰ উদ্যোগত দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসত মৃদুস্মিতা পাচুংক সম্বৰ্দ্ধনা জ্ঞাপন। #public #friends #highlights #news #viral #reels #everyone #facebook #police #biswnath #Gohpur #barta24x7

Helem, Biswanath | Aug 16, 2026

MORE NEWS

৮০ সংখ্যক স্বাধীনতা দিৱসত গহপুৰত শ্বহীদক অপমান। চাফ-চিকুন নহ'ল কনকলতাৰ প্ৰতিমূৰ্তি-উদ্দ্যান। 

 আজি দেশে ৮০ সংখ্যক স্বাধীনতা উদযাপন কৰিছে । কিন্তু দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া স্বাধীনতা সংগ্ৰামী সকলক অপমানিত হৱ লাগিয়া হৈছে এইখন অসমত । এই দৃশ্য গহপুৰৰ শ্বহীদ কনকলতা বৰুৱাৰ জন্ম স্হান বৰঙাবাৰীৰ । ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা প্ৰতিমূৰ্তি ৰঙবিৰং দূৰৰে কথা প্ৰতিমূৰ্তি কাষৰ ঘাঁহ বন কেইদাল কাটিবলেও সময় নহ'ল প্ৰশাসন তথা চৰকাৰৰ । পূৰ্বতে ছয়দুৱাৰ উন্নয়ন খণ্ডৰ দ্বাৰা সকলো ব্যৱস্থা কৰে যদিও এই বেলি সেই কাম নহ'ল ।

#public #friends #highlights #news #viral #reels #everyone #facebook

৮০ সংখ্যক স্বাধীনতা দিৱসত গহপুৰত শ্বহীদক অপমান। চাফ-চিকুন নহ'ল কনকলতাৰ প্ৰতিমূৰ্তি-উদ্দ্যান। আজি দেশে ৮০ সংখ্যক স্বাধীনতা উদযাপন কৰিছে । কিন্তু দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া স্বাধীনতা সংগ্ৰামী সকলক অপমানিত হৱ লাগিয়া হৈছে এইখন অসমত । এই দৃশ্য গহপুৰৰ শ্বহীদ কনকলতা বৰুৱাৰ জন্ম স্হান বৰঙাবাৰীৰ । ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা প্ৰতিমূৰ্তি ৰঙবিৰং দূৰৰে কথা প্ৰতিমূৰ্তি কাষৰ ঘাঁহ বন কেইদাল কাটিবলেও সময় নহ'ল প্ৰশাসন তথা চৰকাৰৰ । পূৰ্বতে ছয়দুৱাৰ উন্নয়ন খণ্ডৰ দ্বাৰা সকলো ব্যৱস্থা কৰে যদিও এই বেলি সেই কাম নহ'ল । #public #friends #highlights #news #viral #reels #everyone #facebook

Helem, Biswanath | Aug 15, 2026

গুৰু - শিষ্যৰ সম্পৰ্কত কালিমা সানিলে আব্দুল আলী নামৰ শিক্ষকে। ঢেকিয়াজুলিৰ টংলাত এই ঘটনা।

#public #friends #highlights #news #viral #reels #everyone #facebook

গুৰু - শিষ্যৰ সম্পৰ্কত কালিমা সানিলে আব্দুল আলী নামৰ শিক্ষকে। ঢেকিয়াজুলিৰ টংলাত এই ঘটনা। #public #friends #highlights #news #viral #reels #everyone #facebook

Helem, Biswanath | Aug 15, 2026