Public App Logo
বান বিধ্বস্ত উজনিত শ্রমদান কৰিবলৈ ৰাওনা নামনিৰ সংখ্যালঘু যুৱকৰ দল শ্বেৰমান আলীৰ নেতৃত্বত নামনিৰ ৭০ জনীয়া সংখ্যালঘু যুৱকৰ দল ৰাওনা শিৱসাগৰলৈ বানত বিধ্বস্ত দুর্গম অঞ্চল, বানুাক্রান্ত পৰিয়ালৰ ঘৰত শ্রমদান কৰিব সংখ্যালঘু যুৱকৰ দলটোৱে - Barpeta News