Public App Logo
২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত সংঘটিত কৰুণ বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা নিৰীহ শিশু আৰু লোকসকলৰ পৱিত্ৰ স্মৃতিত আজি মাজুলী জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত “শোক দিৱস” পালন কৰা হয়। District Administration Majuli @majulipolice Assam Police DGPAssamPolice - Ujani Majuli Circle News