Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
कांग्रेस
Accident
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
newznow033
শিল্পী জুবিন গাৰ্গৰ হ*ত্যা বিচাৰ ! ফাষ্টট্ৰেক কৰ্টত আজি সাক্ষ্য দিবলৈ আহিব চিংগাপুৰৰ প্ৰৱাসী অসমীয়া ৰূপকমল কলিতা
Assam, India
| Oct 3, 2026
MORE NEWS
শিশুসকলৰ সৃষ্টিশীলতা আৰু আত্মপ্ৰকাশৰ বিকাশৰ লক্ষ্যৰে ওদালগুৰিৰ উত্তৰ ওদালগুৰি প্ৰাথমিক বিদ্যালয়ত Help Aid India Foundation আৰু PixArt Studioৰ সহযোগত ‘প্ৰজেক্ট প্ৰয়াস’ ৰ অধীনত চিত্ৰাংকন আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা
Udalguri, Udalguri | Oct 3, 2026
মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুজিৰ অধীনত আজি ওদালগুৰি সমষ্টিৰ ৫২ জন হিতাধিকাৰীক চিকিৎসা গ্ৰহণৰ বাবে ১৫ হাজাৰ টকাকৈ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয়। ওদালগুৰি সমষ্টিৰ বিধায়ক তথা বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য ৰিহণ দৈমাৰীয়ে হিতাধিকাৰী সকলক এই আৰ্থিক সাহাৰ্য্যৰ চেক সমূহ বিতৰণ কৰে। Rihon Daimari
Udalguri, Udalguri | Oct 3, 2026
◾ ওদালগুৰিত ‘সেৱা সংকল্প অভিযান’ৰ অধীনত সামূহিক গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ ◾ কবিৰালীত ধনশ্ৰী বন সংমণ্ডলৰ উদ্যোগত গছপুলি ৰোপণ অভিযান ◾ ডেপুটি ৰেঞ্জাৰ কামেশ্বৰ বড়োৱে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে কাৰ্যসূচী ◾ বননীকৰণ আৰু পৰিৱেশ সংৰক্ষণৰ বাবে বিভিন্ন প্ৰান্তত চলিছে অভিযান ◾ কাৰ্যসূচীৰ অংশ হিচাপে বন বিভাগৰ সদৰ ৰেঞ্জ–মাজবাট ৰেঞ্জৰ মাজত প্ৰীতি ফুটবল অনুষ্ঠিত
Udalguri, Udalguri | Oct 2, 2026
◾ ওদালগুৰিত ৩২ সংখ্যক ‘বডোফা’ ইউ এন ব্ৰহ্ম গোল্ড কাপ ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ ◾ ওদালগুৰি ষ্টেডিয়ামত আৰম্ভ সৰ্বভাৰতীয় ফুটবল প্ৰতিযোগিতা ◾ উদ্বোধনী খেলত মুম্বাইৰ অল ইণ্ডিয়া RBIৰ ১-০ গ’লত জয়লাভ ◾ চানৰাইজ স্প’ৰ্টছ ক্লাবক পৰাস্ত কৰি বিজয় সাব্যস্ত মুম্বাইৰ দলৰ ◾ প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ ১২টা আগশাৰীৰ দলে লৈছে অংশগ্ৰহণ ◾ প্ৰতিযোগিতাখনৰ বাবে বিটিচি চৰকাৰে আগবঢ়াব ২৫ লাখ টকাৰ অৰ্থসাহাৰ্য
Udalguri, Udalguri | Oct 2, 2026
◾ ওদালগুৰিৰ শিক্ষা বিভাগৰ প্ৰশংসনীয় পদক্ষেপ ◾ অৱসৰৰ ২৪ ঘণ্টাৰ ভিতৰতে ১২ গৰাকী শিক্ষক-কৰ্মচাৰীক প্ৰভিজনেল পেঞ্চন প্ৰদান ◾ বিদ্যালয়সমূহৰ পৰিদৰ্শক ভৱেন দেউৰীয়ে আনুষ্ঠানিকভাৱে অৰ্পণ কৰে পেঞ্চনৰ ফাইল ◾ আৰনাইৰে সম্বৰ্ধনা জনোৱা হয় অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰীসকলক ◾ শিক্ষা বিভাগৰ পদক্ষেপক আদৰণি জনাই সন্তুষ্টি প্ৰকাশ অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰীসকলৰ
Udalguri, Udalguri | Oct 2, 2026